• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম কৃষি বিশ্ববিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন- ১৭ এপ্ৰিলৰ সামৰণি কাৰ্য্যসূচীত উপস্থিত থাকিব উপ ৰাষ্ট্ৰপতি

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
April 4, 2018 7:55 am
AAU
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতিৰ সমাহাৰ প্ৰদৰ্শনেৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ অংশ হিচাপে আজি উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

প্ৰায় ৩ হাজাৰ অংশ গ্ৰহণকাৰীয়ে ভাগ লোৱা এই শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে উপাচাৰ্য্য কে এম বুজৰবৰুৱাই। তাৰ আগেয়ে উপাচাৰ্য্যজনে বিশ্ববিদ্যালয়খনৰ এখন নৱনিৰ্মিত দ্বাৰ মুকলি কৰি এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিছিল। শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী, শিক্ষকগোট আৰু অন্যান্যসকলে নিজৰ নিজৰ সাজপাৰৰ মাজেৰে উত্তৰ-পূবৰ সাতভনী আৰু এক ভাতৃ (ছিকিম)ৰ বৰ্ণময় বৈশিষ্ট্য তুলি ধৰে। লগতে বিশ্ববিদ্যালয়খন আৰু অঞ্চলটোৰ কৃষি ক্ষেত্ৰৰো ছবি ফুটাই তোলে।

Apply Now

উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়খন অসম কৃষি বিশ্ববিদ্যালয় আইন, ১৯৬৮ৰ দ্বাৰা ১৯৬৯ চনৰ ১ এপ্ৰিলত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এই গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছিল। যোৱা ১ এপ্ৰিলৰ পৰা উদযাপিত স্বৰ্ণজয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী অহা ১৭ এপ্ৰিললৈ চলিব।

এইকেইদিনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনকে ধৰি বিভিন্ন ধৰণৰ কাৰ্য্যসূচী লোৱা হৈছে। ১৭ এপ্ৰিলৰ সামৰণিৰ দিনাৰ কাৰ্য্যসূচীত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু উপস্থিত থাকিব বুলি বিশ্ববিদ্যালয়ৰ সূত্ৰই জানিবলৈ দিছে। সূত্ৰটোৱে জনোৱা মতে, বিশ্ববিদ্যালয়খনৰ অধীনৰ আন আন মহাবিদ্যালয়বোৰতো এই উদযাপন অনুষ্ঠিত হৈছিল। এই উদযাপনৰ মূল বক্তব্য (theme) আছিল ‘কৃষিৰ ৰূপান্তৰ’।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনে ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি ক্ষেত্ৰলৈ ইয়াৰ গৱেষণাৰ যোগেদি গুৰুত্বপূৰ্ণ বৰঙনি আগ বঢ়াই আহিছে। বীজ, কৃষি পদ্ধতি, কৃষিজাত সামগ্ৰিৰ গুণ-মান আদি সম্পৰ্কত বিশ্ববিদ্যালয়খনে গুৰুত্বপূৰ্ণ গৱেষণালব্ধ ফল অঞ্চলটোলৈ আগ বঢ়াই আহিছে।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd