• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ ধৰ্ণাত দ্বিতীয় দিনাও উত্তাল দিচপুৰ লাষ্টগেট

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 2:13 pm
gggggggggggggggg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰৰ দৰে  অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ ধৰ্ণাত আজি দ্বিতীয় দিনাৰ বাবেও উত্তাল হৈ পৰে দিচপুৰ লাষ্টগেট ।

বিদ্যালয় প্ৰাদেশীকৰণ আইনৰ বিসংগতি দূৰ কৰি শীঘ্ৰেই বিনা বেতনে বছৰৰ পাছত বছৰ ধৰি সেৱা আগবঢ়াই অহা ৰাজ্যৰ হেজাৰ হেজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱিকাৰ পথ মোকলাই দিয়াৰ দাবীত দ্বিতীয় দিনাও ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই।

Apply Now

শুকুৰবাৰে ঐক্যমঞ্চৰ বহু শতাধিক সমৰ্থক-সদস্যই শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দি আকাশ-বতাহ কঁপাই তোলে।

উল্লেখযোগ্য যে সংগঠনটোৰ সভাপতি কুশল কুমাৰ হালৈ আৰু সম্পাদক ভুৱনেশ্বৰ লহকৰে কয় যে শিক্ষা মন্ত্ৰীয়ে প্ৰাদেশিকীকৰণ আইন ২০১৭ত বিসংগতিপূৰ্ণ ধাৰা-উপধাৰাসমূহ অন্তৰ্ভুক্ত কৰি অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ প্ৰতি চমৰ অন্যায় কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশীকৰণ আইন ২০১১ বাতিল কৰাৰ পাছত ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াটোত আউল লগাই পূৰ্বৰ আইনৰ আধাৰতে বিত্ত বিভাগত থকা প্ৰায় ৩৬ হাজাৰ  শিক্ষক-কৰ্মচাৰীক চৰম প্ৰতাৰণা কৰিলে।

অভিযোগ অনুসৰি কংগ্ৰেছ আমোলতো শিক্ষা মন্ত্ৰীৰ দায়িত্ব পালন কৰা ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকীকৰণ আইন ২০১৩ৰ আধাৰত ৮৮৩২খন শিক্ষানুষ্ঠানত কৰ্মৰত ৪১,৬৩৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰি একাংশক ২০১৩ চনৰ জানুৱাৰিত আৰু একাংশক একে বৰ্ষৰে আগষ্ট মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ নিযুক্তি দিয়ে।

বৰ্তমানলৈকে তেওঁলোকে নিয়মীয়াকৈ দা-দৰমহা পাই আছে যদিও একে আইনৰ আধাৰত প্ৰাদেশিকীকৰণ বাবে যোগ্য বিবেচনা কৰি যোগ্যতাৰ তালিকাত চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰা ৬৩১১খন শিক্ষানুষ্ঠানৰ ৩৩,০৮৯ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যত আজিও অন্ধকাৰাচ্ছন্ন।

এইসকল শিক্ষক-কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণৰ ফাইল অসম চৰকাৰৰ বিত্ত বিভাগলৈ প্ৰেৰণ কৰাৰ পাছত নতুন প্ৰাদেশিকীকৰণ আইন ২০১৭ৰ অধীনলৈ টানি অনাত বাছনি প্ৰক্ৰিয়াটোৱে ৰঙা ফিটাৰ মেৰপেঁচত সোমাই পৰে।

উল্লেখ্য যে নতুন আইন অনুসৰি শিক্ষানুষ্ঠানৰ চৰকাৰী অনুমতি বা স্বীকৃতি কাৰ্যকৰীকৰণৰ তাৰিখ গ্ৰাহ্য নকৰি অনুমতি বা স্বীকৃতিৰ আদেশ পত্ৰখন ২০০৬ চনৰ  ১ জানুৱাৰীৰ পূৰ্বে হ’ব লাগিব। সেয়েহে নতুন চৰ্ত আৰোপ কৰাত পূৰ্বে প্ৰাদেশিকীকৰণৰ বাবে যোগ্যতা অৰ্জন কৰা সত্ত্বেও বিত্ত বিভাগত বৰ্তমানো ওলমি আছে ১৭০০ খন শিক্ষানুষ্ঠান।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd