• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ২৮ ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া তৃতীয় জুডিমা মহোৎসৱৰ বাবে সাজু হৈ উঠিছে হাফলং

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
December 18, 2017 1:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু অপেক্ষিত ‘জুডিমা’ মহোৎসৱৰ তৃতীয় সংস্কৰণটো ডিমা হাচাও জিলাত অহা ২৮-২৯ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব।

ডিমা হাচাও পৰ্যটন বিভাগৰ সহযোগত ডিবৰাই হাফলঙৰ জুডিমা মহোৎসৱ আয়োজক কমিটিয়ে আয়োজন কৰা এই মহোৎসৱখনি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই উৎসৱত স্থানীয়ভাৱে চাউলেৰে প্ৰস্তুত কৰা সোৱাদ পানী জুডিমাই বিশেষভাৱে সমাদৰ লাভ কৰিব।

Apply Now

ডিবৰাইত অনুষ্ঠিত এক সংবাদ মেলত  জুডিমা মহোৎসৱ আয়োজক সমিতিৰ কাৰ্কৰী সভাপতি অমৃত কেমপ্ৰাই, উপ সভাপতি বীনা হাকমছা, সম্পাদক নৰোত্তম থাউচেন আৰু সহকাৰী সম্পাদক পীযুষ হাফলঙবাৰৰ উপস্থিতিত বিত্ত সম্পাদক প্ৰোজিত নাইডিঙে এই কাৰ্যসূচীৰ কথা প্ৰকাশ কৰিছে।

সংবাদ মেলক সম্বোধন কৰি নাইডিঙে ব্যক্ত কৰে যে জুডিমা মহোৎসৱৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে পৰ্যটনৰ বিকাশ।

য়ুথ এচোচিয়েচন ফৰ ডেভেলপমেন্ট এণ্ড এমপাওৰমেন্ট নামৰ সংগঠনৰ পৰিকল্পনাৰে প্ৰথম দুবাৰ এই মহোৎসৱ অনুষ্ঠিত কৰাত সহায় কৰিছিল মহিলা সমিতি আৰু ডিবৰাই গাওঁ সমিতিয়ে।

উক্ত দুয়োটা অনুষ্ঠানতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ব্যাপকভাৱে সহায় কৰিছিল। তাৰ ভিতৰত ডিমা হাচাও পৰ্যটন বিভাগ আৰু ডিমা য়ুথ ফৰাম, আসাম মাউন্টেনাৰিং এচোচিয়েচন আদি আছিল অন্যতম।

এই মহোৎসৱৰ নাম ডিমাচা সম্প্ৰদায়ৰ পৰম্পৰাগত চাউলৰ পৰা বনোৱা সোৱাদ পানী ‘জুডিমা’ৰ নামেৰে  ৰখা হৈছে আৰু ই হৈছে ডিমাচাসকলৰ সমাজ জীৱনৰ এক অৱিচ্ছেদ্য অংগ।

জিলাখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ এক সাংকেতিক উৎযাপনৰ উপৰিও স্থানীয় মদ প্ৰস্তুতকাৰীসকলৰ বিকল্প জীৱিকাৰ সন্ধান আৰু জিলাখনত বাস কৰা জনগোষ্ঠীয় গোটসমূহৰ মাজত পৰ্যটনৰ সম্ভাৱনাসমূহ দাঙি ধৰাই এই মহোৎসৱ আয়োজনৰ মূল উদ্দেশ্য।

এই মহোৎসৱত জিলাখনৰ জনগোষ্ঠীয় খাদ্য, কাপোৰ আৰি পৰম্পৰা সংগীত,নৃত্য আৰু ক্ৰীড়া আদি উপভোগ কৰাৰ সুযোগ পাব পৰ্যটকসকলে।

এই অঞ্চলৰ তিনিটা শীৰ্ষ ৰক বেণ্ডে মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত ৰক সংগীত প্ৰদৰ্শন কৰিব।

উৎসাহী ক্ৰীড়াপ্ৰেমীসকলৰ মাজত এখন বাইক ৰেলীৰো আয়োজন কৰা হৈছে।

প্ৰকৃতিৰ অনাবিল সৌন্দৰ্য উপভোগ কৰাৰ বাবে আগ্ৰহী পৰ্যটকৰ বাবেও বিভিন্ন সুযোগ উপলব্ধ থাকিব।

পংকজ কুমাৰ দেৱ

পংকজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd