• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ৰাজীব গৌবাৰ নেতত্বত অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিশেষ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 4:14 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাৰ প্ৰস্তুতি বৰ্তমান সময়ত প্ৰায় তুংগত উঠাটো পৰিলক্ষিত হৈছে। এনে সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এটা দল এন আৰ চি খচৰাৰ অগ্ৰগতি সম্পৰ্কে বুজ লোৱাৰ উদ্দ্যেশ্যে আজি গুৱাহাটীত উপস্থিত হ’ব। জানিব পৰা মতে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হৈ কাইলৈ পুৱা প্ৰথমে ব্ৰহ্মপুত্ৰ অতিথি শালাত  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ লগতে পৰবৰ্তী পৰ্য্যায়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়াৰ সৈতেও এক বৈঠকত মিলিত হ’ব। এন আৰ চি বিষয়াৰ সৈতে হ’বলগীয়া বৈঠকখন প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

বৰ্তমানৰ কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবাৰ নেতৃত্বত অসমলৈ আহিবলগীয়া গৃহ মন্ত্ৰণালয়ৰ দলটোৱে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি বুজ লোৱাৰ লগতে আইন-শৃংখলা পৰিস্থিতিৰ অধিক কটকটীয়া কৰাৰ ক্ষেত্ৰত এক আলোচনাত মিলিত হ’ব। আনহাতে এন আৰ চি ৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি অসম আৰক্ষীয়ে তীক্ষ্ন দৃষ্টি ৰাখিছে বুলি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে। ইয়াৰ উপৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি পি গৰাকীয়ে প্রকাশ কৰে যে প্ৰতিখন জিলাৰ এন আৰ চি সেৱা কেন্দ্ৰ, ৰাজহ চক্র বিষয়াৰ কার্যালয়, জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত পর্যাপ্ত নিৰাপত্তা গঢ়ি  তোলা হৈছে।

Apply Now

ইতিমধ্যে প্ৰথমখন খচৰা ২.৩৮ কোটি লোকক লৈ অহা ৩১ ডিচেম্বৰৰ  ভিতৰত প্রকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে কঠোৰ নির্দেশনা জাৰি কৰিছে। এই ক্ষেত্ৰত ৩৮ লাখ লোকৰ নথি-পত্ৰৰ পুনৰীক্ষণ প্রক্রিয়াৰ অধীনত ৰাজ্যজুৰি  বর্তমানলৈকে প্রায় ৭৫ শতাংশ নিৰীক্ষণ সম্পূৰ্ণ হৈছে। ২৫ ডিচেম্বৰৰ ভিতৰত ৩৮ লাখ লোকৰ নথি-পত্ৰৰ পুনৰীক্ষণ প্রক্রিয়া সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে এন আৰ চি কর্তৃপক্ষই। এই বিষয়েও আজি গুৱাহাটীলৈ আহিবলগীয়া গৃহ মন্ত্ৰমালয়ৰ দলটোৱে এন আৰ চি বিষয়া সকলৰ সৈতে শুক্ৰবাৰে এক আলোচনাত মিলিত হ’ব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd