• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃচাহ বাগিচা মুখ্য মন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উপস্থিত মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2018 10:03 pm
ফুটবল
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ক্রীড়াই মানুহক সু-শৃংখলাবদ্ধ হ’বলৈ শিকায়। সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ সুযোগ প্ৰদান কৰে আৰু মানৱতাবোধেৰে আগবাঢ়ি যোৱাৰ বাবে শক্তি প্ৰদান কৰে। আমাৰ চাহ বাগিচা সমূহৰ নৱ প্ৰজন্মৰ যথেষ্ট প্ৰতিভা আছে আৰু সেই প্ৰতিভাসমূহ বিচাৰি উলিয়াই ৰাজ্যৰ ক্ৰীড়া জগতখনক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।’ আজি চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ‘আন্তঃচাহ বাগিচা মুখ্য মন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতা’ৰ চূড়ান্ত খেল উপলক্ষে আযোজিত সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত এইদৰে কয়।

Apply Now

ইফালে আন্তঃচাহ বাগিচা মুখ্য মন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন কোকৰাঝাৰ ডিব্ৰুগড়ৰ মাজত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত কোকৰাঝাৰ দলে ৩-১ গ’লৰ ব্যৱধানত ডিব্ৰুগড় দলক পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে।

আনাতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ ৭৫০ খন চাহ বাগিচাত থকা প্ৰতিভা সম্পন্ন খেলুৱৈসকলক চিনাক্ত কৰি এক প্ৰতিযোগিতামুখী মানসিকতাৰে আগবঢ়াই নিয়াৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি কয়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে চাহ বাগিচা, চৰ এলেকা আৰু গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহ বিকাশৰ এক পৰিৱেশ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৫০০ খন খেলপথাৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও কয়।

সভাৰ অৰম্ভণিতে সাংসদ কামাখ্যা প্ৰসাদ তাছাই আদৰণি ভাষণ প্ৰদান কৰে। শ্ৰম, ৰাজহ, শক্তি দপ্তৰৰ মন্ত্ৰী পল্লৱ লোচন দাসে ভাষণ প্ৰসংগত ফুটবল অকাডেমী আৰু আৰ্চাৰী অকাডেমী স্থাপনৰ বাবে লোৱা পদক্ষেপৰ কথাও সদৰী কৰে।

আজিৰ অনুষ্ঠানত বিধায়ক তপন গগৈ, ভৱেন ভৰালী, যোগেন মহন, কুশল দুৱৰী, তেৰচ গোৱালা, কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, চাহ উদ্যোগী প্ৰবাত বেজবৰুৱা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে খেলৰ অৰম্ভণীতে চূড়ান্ত খেলখনত অৱতীৰ্ণ হোৱা কোকৰাঝাৰ আৰু ডিব্ৰুগড় দল দুটাৰ খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

বৈভৱহীন টীম ইণ্ডিয়া! আয়াৰলেণ্ডৰ মাটিত খহি পৰিল তাৰকাখচিত বেটিং লাইন আপ, হেৰুৱালে শৃংখলা

June 29, 2026 7:37 am
ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd