• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমচাঙত অহা ফেব্ৰুৱাৰীৰ পৰা পুনৰ চলিব উচ্ছেদ অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2017 7:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা নতুন বছৰৰ ফেব্ৰুৱাৰীত আমচাং বনাঞ্চলত পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিব চৰকাৰে। এখন আবেদন যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ক এই কথা জনাইছে ৰাজ্য চৰকাৰে। মানবীয় দৃষ্টিকোণৰ পৰা নৱেম্বৰৰ শেহৰ ফালে উচ্ছেদ অভিযান স্থগিত ৰাখি দুমাহৰ সময় বিচাৰিছিল চৰকাৰে। কিন্তু অবৈধ বেদখলৰ বিৰুদ্ধে এই অভিযান এতিয়া পুনৰ আৰম্ভ কৰাৰ কথা ন্যায়ালয়ক অৱগত কৰিছে আৰু ফেব্ৰুৱাৰীৰ পৰাই উচ্ছেদ অভিযান আৰম্ভ কৰাৰ কথাও চৰকাৰে উল্লেখ কৰিছে।

উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আবেদনত অনুমোদন জনাইছে। তদুপিৰ, আমচাঙত চলোৱা উচ্ছেদৰ বাবে চৰকাৰৰ প্ৰশংসাও কৰিছে ন্যায়ালখনে। যোৱা নৱেম্বৰৰ শেহৰফালে চলাই থকা উচ্ছেদ কাৰ্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত মানবীয় দৃষ্টিকোণৰ ফালৰ পৰা বিবেচনা কৰি চৰকাৰে উচ্ছেদ কাৰ্য সাময়িকভাৱে স্থগিত ৰখাৰ আৰ্জি জনাই ন্যায়ালয়ৰ পৰা উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ বাবে দুমাহ সময় বিচাৰিছিল।

Apply Now

উচ্চ ন্যায়ালয়ে অনুমোদন জনোৱা আবেদনৰ সময়সীমা অহা ৩১ জানুৱাৰীত উকলি যাব। চৰকাৰে ন্যায়ালয়ক ফেব্ৰুৱাৰীত পুনৰ আমচাঙত উচ্ছেদ কাৰ্য চলাব বুলি লিখিতভাৱে জনাইছে। কিন্তু ফেৱ্ৰুৱাৰীত উচ্ছেদ অভিযান আৰম্ভ হ’লে পুনৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কিয়নো চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি উচ্ছেদিতসকলক পুনৰ সংস্থাপিত কৰিবলৈ সক্ষম হোৱা নাই।

উচ্চ ন্যায়ালয়ে আমচাঙৰ একাংশ উচ্ছেদিত লোকে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মনজিত ভূঞাৰ বিচাৰপীঠে আমচাং বনাঞ্চল অবৈধ বেদখলমুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰে। পূৰ্বতে আৰ্লি বাৰ্ডছ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ৰায় প্ৰদান কৰি আমচাং অভয়াৰণ্যৰ অবৈধ দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd