• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচি প্ৰশাসনে আলোচনাপন্থী আলফা সদস্যক প্ৰদান কৰিলে ২৫০ বিঘা ভূমি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 2:47 pm
হাগ্ৰামা মহিলাৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খেতি-বাতিৰ জৰিয়তে স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে  আলোচনাপন্থী আলফা সদস্যক বিটিচি প্ৰশাসনে দেওবাৰে ২৫০ বিঘা ভূমি প্ৰদান কৰে। কোকৰাঝাৰ চহৰৰ পৰা ২৫ কি.মি. নিলগৰ তিনতিলাত অনুষ্ঠিত ভূমি প্ৰদান অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আনুষ্ঠানিকভাবে ভূমি প্ৰদান কৰে। ভূমি প্ৰদান কাৰ্যসূচীত বিটিচিৰ উপ প্ৰধান কাম্পা বৰগয়াৰী আৰু আলোচনা পন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া উপস্থিত আছিল।

‘এই অনুষ্ঠানত মহিলাৰীয়ে কৈছে যে ওদালগুৰি, চিৰাং আৰু বাক্সা জিলাৰ আলফা সদস্য সকলৰ সংস্থাপনৰ প্ৰতি লক্ষ্য ৰাখি উক্ত জিলাকেইখনতো ভূমি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে’।

Apply Now

তেওঁ লগতে কয় যে উক্ত ভূমিত দেশৰ লগতে বিদেশৰ বজাৰত ব্যাপক চাহিদা থকা বিভিন্ন ফল মূলৰ খেতি কৰা হ’ব।

‘আমি কিছু অগতানুগতিক ফলৰ খেতি কৰাৰ প্ৰয়াস কৰিছো, যিবিলাক ফল বাংলাদেশত অতিকৈ জনপ্ৰিয়। তদুপৰি মূল্যৱান ছেগুন গছ ৰোপন কৰাৰো চিন্তা চৰ্চা কৰিছো,”-এনেদৰে কয় চেতিয়াই।

আনহাতে আলোচনাপন্থী আলফা সদস্যসকলক চৰকাৰে কিছু অৰ্থনৈতিক সাহায্য আগবঢ়াবলৈও এক প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি তেওঁ মন্তব্য কৰে।

উল্লেখযোগ্য যে বিটিচি প্ৰশাসনে আলফা সদস্য সকলক কাম কৰাৰ সুবিধাৰ্থে ইতিমধ্যে তিনতিলাত দুটা ঘৰ নিৰ্মাণ কৰি দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

June 18, 2026 3:33 pm
মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

June 18, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd