• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৱাসিক অঞ্চললৈ উপযুক্ত খোৱাপানীৰ যোগান নথকাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে তৃতীয় স্থানত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2017 8:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী সূত্ৰত প্ৰকাশিত এটা গুৰুত্বপূৰ্ণ তথ্যমতে আৱাসিক অঞ্চললৈ উপযুক্ত খোৱাপানী যোগানৰ ক্ষেত্ৰত বিফলতাৰ মাপেৰে অসম দেশৰ ভিতৰতে শীৰ্ষ তিনিখন ৰাজ্যৰ ভিতৰত আছে। সূত্ৰটোত পোৱা তথ্য মতে মৰু অঞ্চল থকা ৰাজস্থান আৰু চুবুৰীয়া পশ্চিমবংগৰ পিছতে অসমৰ নাম আছে এই তালিকাত। তথ্যমতে অসমৰ মুঠ ৮৭৭২ টা আৱাসিক অঞ্চললৈ উপযুক্ত খোৱাপানীৰ যোগান নাই। এই পৰিমাণ ৰাজস্থানৰ ক্ষেত্ৰত ২০৪৯৮ টা আৰু পশ্চিম বংগৰ ৯৭২৬ টা।

আনহাতে উত্তৰ-পূবৰ বাবে গৌৰৱ বুলি ক’ব পৰাকৈ ছিকিম, মণিপুৰ আৰু মিজোৰাম চৰকাৰে তেওঁলোকৰ ৰাজ্যৰ ১০০ আৱাসিক অঞ্চললৈ উপযুক্ত খোৱাপানীৰ ব্যৱস্থা কৰা বুলি সূত্ৰটোত প্ৰকাশ। প্ৰতিবেদনটোত আন কেইটামান গুৰুত্বপূৰ্ণ তথ্যও প্ৰকাশ পাইছে। তথ্যমতে অসমৰ মুঠ ২৩৪৩৮ টা আৱাসিক অঞ্চলত প্ৰতিদিন হিচাপত প্ৰতিজন লোকৰ বিপৰীতে ৪০ লিটাৰতকৈ কম পৰিমাণে পানীৰ যোগান ধৰা হয়। আনহাতে ৫৫৮৮৯ টা অঞ্চলত গাইপতি ৪০ লিটাৰতকৈ অধিককৈ বিপদমুক্ত পানী পায়।

Apply Now

এই তথ্য অৱগত হৈ খোৱাপানী আৰু অনাময় মন্ত্ৰ্যালয়ে পানীৰ গুৰুত্ব, ইয়াৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ আৰু মিতব্যয়িতা তথা সংৰক্ষণৰ প্ৰয়োজন সম্পৰ্কত মানুহক সজাগ কৰিবলৈ অডিঅ’ আৰু ভিডিঅ’ সমলেৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অভিযান আৰম্ভ কৰিছে।

‘ৰাজ্যবিলাকেও আমাৰ এই অভিযানক হ’ৰ্ডিং, দেৱাল লিখন, শ্ল’গান, ছবি, সৰু সৰু গোট সভা, বাটৰ নাট আদিৰে আগুৱাই নিব।’ মন্ত্ৰ্যালয়টোৰ এজন জ্যেষ্ঠ বিষয়াই কয়।
ৰাজ্যসমূহৰ দ্বাৰা গাওঁ পঞ্চায়তৰ সদস্যসকলৰ প্ৰশিক্ষণ, আৰু গাওঁ পঞ্চায়ত জল আৰু অনাময় সমিতি, পানীৰ গুণাগুনৰ বিষয়ে গ্ৰাম্য জল আৰু অনাময় কমিটি গঠন কৰা হয়।
ইয়াৰোপৰি ৰাজ্যবোৰৰ দ্বাৰা পানীৰ গুণাগুণ তথা পানীৰ সৈতে সম্পৰ্ক থকা স্বাস্থ্যজড়িত বিষয়বোৰ সম্পৰ্কত আন্তঃব্যক্তি ভাব বিনিময় কৰা হয়। সৰ্বোপৰি প্ৰতিবছৰে সজাগতা সৃষ্টিৰ বাবে ২২ মাৰ্চত বিশ্ব জল দিৱস পালন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd