• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ, ২০১৮ ৰ ৱেবছাইট মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 4:58 pm
Indian science congress
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে Reaching the Unreached মূল বক্তব্যৰ অধীনত অহা ১৬ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ মণিপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত হ’ব লগীয়া ১০৫ সংখ্যক ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ, ২০১৮ৰ চৰকাৰী ৱেবছাইট মুকলি কৰে। ৱেবছাইটটোৰ ঠিকনা হ’ল https://isc105.org/. ইয়াক কালি আবেলি মুখ্য মন্ত্ৰীৰ সচিবালয়ৰ কেবিনেট হলত এটা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয়। শিক্ষা মন্ত্ৰী টি এইচ্ছ ৰাধেশ্যাম, খুৰাই সমষ্টিৰ এম এল এ এল সুচীন্দ্ৰ, মুখ্য সচিব আৰ আৰ ৰশ্মি, সভাপতি অধ্যাপক অচ্যুত চামন্তকে ধৰি ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এছ’চিয়েশ্যনৰ বিষয়ববীয়াসকলৰ লগতে মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক আদ্যপ্ৰসাগ পাণ্ডেও অনুষ্ঠানটোত উপস্থিত আছিল।

ৱেবছাইটটো মুকলি কৰি মুখ্য মন্ত্ৰী এন বীৰেন সিঙে কয় যে মণিপুৰে এই ছায়েন্স কংগ্ৰেছৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। এতিয়া ই বাস্তৱ হোৱাৰ পথত। দেশ-বিদেশৰ বহু সংখ্যক লোকে ছায়েন্স কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনাৰ কথা কৈ তেওঁ কয় যে মণিপুৰক স্বৰ্ণক্ষেত্ৰ হিচাপে বিশ্ববাসীক দেখুৱাবৰ বাবে এইটো এটা সুযোগ। তেওঁ লগতে আনন্দ প্ৰকাশ কৰি কয় যে ছায়েন্স কংগ্ৰেছৰ দৰে বৃহৎ কাৰ্য্যসূচীটোৰ সৈতে একে সময়তে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰো বৰ্ষপূৰ্তি পৰাটো আনন্দৰ কথা। উল্লেখযোগ্য যে অহা ১৫ মাৰ্চত মণিপুৰ চৰকাৰৰ এবছৰ পূৰ্ণ হ’ব।

Apply Now

আনহাতে ৱেবছাইটটো মুকলি কৰাৰ পূৰ্বে ছায়েন্স কংগ্ৰেছ এছ’চিয়েশ্যনৰ প্ৰতিনিদি দল এটাই মুখ্য মন্ত্ৰীক লগ কৰি এই অনুষ্ঠানটোত প্ৰয়োজন হ’ব পৰা সহায়ৰ বিষয়ে অৱগত তথা আলোচনা কৰে। জানিব পৰামতে কংগ্ৰেছত ভাগ ল’বলৈ দেশৰ বিভিন্ন স্থানৰ লগতে বিদেশৰ পৰাও মুঠ প্ৰায় ৫০০০ প্ৰতিনিধি আহিব। এওঁলোকৰ থকা-খোৱা, যাতায়াত, আপ্যায়ন, প্ৰমোদ ভ্ৰমণ ইত্যাদি বিষয়বোৰত চৰকাৰী সহায় বিচাৰি তেওঁলোকে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনা কৰে। মুখ্য মন্ত্ৰীজনে সম্ভাব্য সকলো প্ৰকাৰ সাহায্য দিয়াৰ আশ্বাস দিয়াৰ লগতে সমগ্ৰ মণিপুৰবাসীক আহ্বান জনাইছে যাতে মণিপুৰত সকলো অতিথিয়েই ভাল আতিথ্য পায়। অনুষ্ঠানটো সুকলমে আৰু সফলতাৰে যাতে হৈ যায় তাৰ বাবে সকলোকে সহযোগিতা কৰিবলৈ তেওঁ আহ্বান জনায়।

উল্লেখযোগ্য যে ইম্ফল হ’ল ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত কৰিবলৈ সুযোগ পোৱা উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন চহৰ। ইয়াৰ পূৰ্বে ২০০৯ চনত শ্বিলঙত ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত হৈছিল। আনহাতে প্ৰথমখন ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত হৈছিল ২০১৪ চনত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd