• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ইম্ফলৰ ডি এম মহাবিদ্যালয় চৌহদত পঞ্চম ৰাজ্যিক একুৱাৰিয়াম প্ৰদৰ্শনী আৰু পুষ্পমেলা আৰম্ভ

সভাপতি ছামম by সভাপতি ছামম
March 20, 2018 9:34 pm
flower show in imphal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইম্ফলৰ ডি এম মহাবিদ্যালয় চৌহদত থকা মণিপুৰ বিজ্ঞান একুৱাৰিয়ামত পঞ্চম ৰাজ্যিক পৰ্যায়ৰ একুৱাৰিয়াম আৰু পুষ্প প্ৰদৰ্শনী আৰম্ভ হৈছে।

এই প্ৰদৰ্শনীৰ উদ্দেশ্য হৈছে বিভিন্ন মাছৰ প্ৰজাতিৰ চৰিত্ৰ অধ্যয়ন কৰা, ৰাজ্যখনৰ মাছ সংৰক্ষণ কৰা আৰু জনসাধাৰণক স্থানীয় মাছৰ প্ৰজাতিসমূহৰ সন্দৰ্ভত সচেতন কৰা আৰু ৰাইজৰ অৱসৰ বিনোদনৰ ব্যৱস্থা কৰা।

Apply Now

দেওবাৰে মণিপুৰৰ উপ মুখ্য মন্ত্ৰী য়ুমনাম জয়কুমাৰে পাঁচ দিন ধৰি চলি থাকিবলগীয়া প্ৰদৰ্শনী আৰু পুষ্প প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ২৪ মাৰ্চত এই প্ৰদৰ্শনীখনৰ সামৰণি পৰিব।

অনুষ্ঠানটোত বক্তব্য ৰাখি উপ মুখ্য মন্ত্ৰীজনে কয় যে মণিপুৰ ছাইন্স এণ্ড টেকন’লজি কাউঞ্চিলে স্থানীয় আৰু আমদানিকৃত মাছ পালনৰ বিষয়ে ৰাইজক সচেতন কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ খুব সুন্দৰ আৰু ইয়ে স্থানীয় বিৰল আৰু বিলুপ্তপ্ৰায় মাছৰ প্ৰজাতিসমূহ সংৰক্ষণ আৰু জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব।

তেওঁ কয়, ‘বাসভূমি ধ্বংস কৰি পেলোৱা বাবে বহুতো স্থানীয় প্ৰজাতিৰ ফুল আৰু জীৱ-জন্তু আজি দেখা নোপোৱা হৈ আহিছে’।

ফুল খেতি সম্পৰ্কে জয়কুমাৰে কয় যে এই অভিৰুচিয়ে মানুহক দুঃচিন্তা মুক্ত কৰে আৰু আনন্দ দিয়ে। আমি বিৰাট পৰিমাণে ফুলৰ বাগিচা পাতিব নোৱাৰোঁ যদিও নিজৰ ঘৰৰ বাগিচাত ফুলৰ বাগিচা পাতিব পাৰোঁ। ইয়ে আমাৰ মন সতেজ কৰি তুলিব।‘

মণিপুৰ ছাইন্স এণ্ড টেকন’লজি কাউঞ্চিলৰ সঞ্চালক থ সুৰেন্দ্ৰনাথে জানিবলৈ দিছে প্ৰতিদিন দিনৰ ১১ বজাত এই প্ৰদৰ্শনীখন ৰাইজৰ বাবে মুকলি কৰা হ’ব আৰু নিশা ৭ বজাত বন্ধ কৰা হ’ব। এই প্ৰদৰ্শনীখন ২৪ মাৰ্চলৈকে চলি থাকিব।

উল্লেখ্য যে মণিপুৰ ছাইন্স একুৰিয়ামত ২৫ বিধ স্থানীয় আৰু আমদানিকৃত মাছৰ প্ৰজাতি পোহা হৈছে।

সভাপতি ছামম

সভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm
তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd