• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উগ্ৰপন্থী কায়দাৰে হাতত পিষ্টল লৈ মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰাৰ চেষ্টা বিজেপি নেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2018 10:06 am
BJP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উগ্ৰপন্থী কায়দাৰে হাতত পিষ্টল লৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কটকটীয়া নিৰাপত্তা বেহু অতিক্ৰম কৰি মুখ্য মন্ত্ৰীক সাক্ষাত কৰিবলৈ যোৱা বিজেপিৰ এগৰাকী নেতাৰ কৰ্মকাণ্ডই এতিয়া সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে বুধবাৰে মুখ্য মন্ত্ৰী সোণোৱালে দিনৰ ভাগত এখন কৃষক সমাৰোহত অংশগ্ৰহণ কৰি আৱৰ্ত ভৱনত বিশ্ৰাম লৈ থকা সময়তে মুখ্য মন্ত্ৰীগৰাকীক লগ কৰিবলৈ বিজেপি নেতা তথা ডিব্ৰুগড় পৌৰসভাৰ ২২নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ সুদামা পাণ্ডেয়ে এটা .৩২ পিষ্টল লগত লৈ গৈছিল।

Apply Now

কিন্তু মুখ্য মন্ত্ৰীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ নজৰৰ পৰা সাৰি যাব নোৱাৰিলে সুদামা পাণ্ডে। নিৰাপত্তা বাহিনীয়ে তালাচী চলাওতে পিষ্টলটোৰ লগতে জব্দ কৰে অনুজ্ঞাপত্ৰখন।

হাতত উদ্যত মাৰণাস্ত্ৰ লৈ মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰিবলৈ যোৱা এজন বিজেপি নেতা নিৰাপত্তাবাহিনীৰ দ্বাৰা অপদস্থ হ’ব লগা হোৱা ঘটনাই এতিয়া সমগ্ৰ ডিব্ৰুগড়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীৰ তিনি তৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এনেদৰে মাৰণাস্ত্ৰ লৈ প্ৰৱেশ কৰাৰ ঘটনাৰ পাছতো বিজেপি নেতাগৰাকীক এই পৰ্যন্ত ডিব্ৰুগড় আৰক্ষীয়ে আটক নকৰা বা আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য নকৰাত সাধাৰণ জনতাৰ মাজত এক ডাঙৰ প্ৰশ্নৰ উদয় হৈছে।

অৱশ্যে সততে বিতৰ্কৰ আৱৰ্তত থকা সুদামা পাণ্ডেৰ দৰে সাধাৰণ ৱাৰ্ড কমিশ্যনাৰ এজনক কি কাৰণত মাৰণাস্ত্ৰৰ প্ৰয়োজন সেয়া এতিয়া বহুতৰ বাবে লাখটকীয়া প্ৰশ্ন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd