• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ ২০১৮-১৯ চনৰ বাজেট অধিৱেশন : পাছ হ’ল দুখন বিধেয়ক

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 19, 2018 11:35 pm
Honble-CEM-Sri-Depolal-Gorlosa-delivered-his-speech-in-the-Assemble-Session
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদে সোমবাৰে বাজেট অধিৱেশনত দুখন বিধেয়ক গ্ৰহণ কৰে।

মাধ্যমিক পৰ্য্যায়লৈকে প্ৰাদেশিকীকৰণ আৰু ডিমা হাচাও জিলাৰ শিক্ষা সেৱাসমূহৰ নিয়মীয়াকৰণৰ এখন আৰু উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদ, ৪৭ সংখ্যক সংশোধনী এখন বিধেয়ক পাৰণ কৰা হয়।

Apply Now

২০১৮ চনৰ ৯ ফেব্ৰুৱাৰিত জাৰি কৰা উপ-নিয়ম ৩ৰ অধীনত ৰাজ্যপালৰ নিৰ্দেশৰ পিছত অসম স্বায়ত্তশাসিত জিলা নিয়ম, ১৯৫১ৰ উপ-নিয়ম ১৯৭৩ৰ আইন ১ৰ অনুসূচী ২ৰ সংশোধন কৰা হয়। সমষ্টিৰ নাম, পৰিসীমা আৰু প্ৰতি সমষ্টিত আসনৰ সংখ্যা সন্দৰ্ভত এই সংবিধান সংশোধন কৰা হৈছে।

পৰিষদৰ আৰ্থিক কাম-কাজৰ দায়িত্বতো থকা পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্ল’চাই এই বাজেট ভাষণ প্ৰদান কৰে। গাৰ্ল’চাই ২০১৮-১৯ বিত্তীয় বৰ্ষত পৰিষদৰ খৰচ আৰু আনুমানিক বাৰ্ষিক বাজেট বিষদ ৰূপত দাঙি ধৰে।

গাৰ্লোছাই এম অ’ এছৰ অধীনত চলি থকা কামৰ এটা খতিয়ান দাঙি ধৰে। ল’ৱাৰ কপিলি হাইড্ৰ’ ইলেক্ট্ৰিচিটি প্ৰজেক্ট সম্পৰ্কত কয় যে অসম পাৱাৰ জেনেৰেইশ্যন কৰ্প’ৰেইশ্যনৰ সৈতে এই বিষয়ত বুজাবুজিৰ চুক্তি কৰা হৈছে, য’ত উৎপাদন আৰম্ভ হোৱাৰ পিছত পৰিষদক ৫ পি চি বিদ্যুৎ বিনামূলীয়াকৈ দিব। লগতে প্ৰকল্পটোত ৮০ শতাংশ নিয়োগ ডিমা হাচাও জিলাৰ পৰা হ’ব।

তাৰোপৰি অসমৰ বাজেট অধিৱেশনত বিত্ত মন্ত্ৰীয়ে ডিমা হাচাওত বি এড কলেজ আৰু উদ্যানশস্যৰ মহাবিদ্যালয় স্থাপনৰ ঘোষণা সন্দৰ্ভত কয় যে এইবোৰৰ উপৰি বাজেটত জিলাখনৰ বাবে আগন্তুক বিত্তীয় বৰ্ষত ধন বৃদ্ধি কৰা হৈছে। এই পৰিমাণ ২০ কোটি টকাৰ পৰা ৫০ কোটি টকা কৰা হৈছে।

ওমৰাংছুচ ১ হাজাৰ বিঘা মাটি এ চি এছ প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে অনুমোদন জনোৱা হৈছে। ইয়াৰ লগতে নীপকোৱে অধিকাৰ কৰি থকা অতিৰিক্ত মাটিৰ হিচাপ চলি আছে, যিটো পুংখানুপুংখকৈ বিচাৰ কৰি চোৱা হ’ব আৰু সেই মতে ব্যৱস্থা লোৱা হ’ব।

হাফলঙত উদ্বোধন কৰা কৃষি বিজ্ঞান কেন্দ্ৰই অঞ্চলটোৰ কৃষি উৎপাদন বৃদ্ধি কৰিব বুলি দাবী কৰে। ১৫ কোটি টকাৰ আন এটা পানীযোগান আঁচনি, আৰু এন এল দাওলাগাপু মিনি ষ্টেডিয়াম ১৬ কোটি টকাৰ ব্যয় কৰি নিৰ্মাণ কৰিবলৈ লোৱা হৈছে।

গাৰ্লোচাই এইটো জানিবলৈ দিয়ে যে পৰিষদে প্ৰায় ৭০.১৮ কোটি টকা নিজা ৰাজহ আৰু ৰাজ্য চৰকাৰৰ পৰা অনুদানমূলক সাহায্য ৫৩.৪৯ কোটি টকা পৰিষদৰ দৰমহাৰ বাবত আৰু ৩.৪৯ কোটি টকা কামৰ বাবে লাভ কৰাৰ কথা। ইয়াৰ বিপৰীতে মুঠ খচৰ ধাৰ্য্য কৰা হৈছে ১৫২.৫০ কোটি টকা। ফলত অন্তিম ঘাটি প্ৰায় ২৮.৮৪ কোটি টকা।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm
নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

July 2, 2026 1:30 pm
ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

বেংগালুৰুত শিলৰ খনিত কৰুণ ঘটনা, ৪০ ফুট ওপৰৰ পৰা খহি পৰা শিলৰ হেঁচাত ৭ শ্ৰমিকৰ মৃত্যু

July 2, 2026 1:57 pm
নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

July 2, 2026 1:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd