• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চলৰ ১১ খন জিলাকে ধৰি দেশৰ ১১৫ জিলাক উন্নত কৰি তোলাৰ প্ৰস্তাৱ কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 12:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ভিতৰত ১১৫ খন জিলাক দ্ৰুত পৰিৱৰ্তন দিশত আগবঢ়াই নিয়াৰ বাবে এক অভিলাষী ব্যৱস্থা গ্ৰহণ কৰিছে। উক্ত ১১৫ খন জিলাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ১১ খন ৰাজ্যও আছে।

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বাচি উলিওৱা ১১ খন জিলাৰ ভিতৰত অসমৰ ৫ খন জিলাও আছে।

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০২২ চনৰ ভিতৰত ‘নতুন ভাৰত’ লক্ষ্যৰ এক অংশ হিচাপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অসমৰ ৫ খন জিলাৰ ভিতৰত অনগ্ৰসৰ হিচাপে বাচি লোৱা হৈছে বৰপেটা, গোৱালপাৰা, ধুবুৰী, চিৰাং আৰু ডিমা হাচাও।

উক্ত জিলাসমূহৰ প্ৰয়োজনীয় বিশেষ উন্নয়নৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীসমূহ ৰূপায়নৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয়ক হিচাপে কাম কৰিবলৈ এগৰাকী ‘ভাৰপ্ৰাপ্ত বিষয়া’ নিয়োগ কৰা হ’ব। এই বিষয়া গৰাকী অতিৰিক্ত সচিব আৰু যুটীয়া সচিব পৰ্যায়ৰ জ্যেষ্ঠ চৰকাৰী বিষয়া হ’ব।

এই দায়িত্ববাহী বিষয়াসকলৰ প্ৰথমখন বৈঠক অহা ৪ আৰু ৫ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’ব। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ দিব।

ইয়াৰ পিছতে দায়িত্ববাহী বিষয়াসকলে অনগ্ৰসৰ জিলা হিচাপে চিনাক্ত কৰা জিলাসমূহৰ বাবে উন্নয়নৰ পৰিকল্পনা আৰু নীতি নিৰ্দেশনাসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ লগত আলোচনা কৰিবলৈ সুকীয়া বৈঠক অনুষ্ঠিত কৰিব।

উন্নয়নমূলক ব্যৱস্থাসমূহ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়াৰ এটা দলে কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২২ চনৰ ভিতৰত এখন নতুন তথা বিকশিত ভাৰত গঢ়াৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। এই বৰ্ষয়ে ভাৰতে ইয়াৰ স্বাধীনতাৰ ৭৫ বৰ্ষ পূৰ্ণ কৰিব।

সৰ্বাত্মক বিকাশ আৰু জীৱন যাত্ৰা উন্নত কৰি তোলা এই সকলোবোৰ এই লক্ষ্যৰ অৱিচ্ছেদ্য অংগ।এইক্ষেত্ৰত এই ব্যৱস্থাসমূহৰ এটা হৈছে অনগ্ৰসৰ জিলাসমূহৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশ উন্নত কৰি তোলা।

শিক্ষা, স্বাস্থ্য, পৰিপুষ্টি, গ্ৰাম্য পথ সংযোগৰ বুনিয়াদী আন্তঃগাঁথনিকে ধৰি গাওঁৰ পৰিয়ালসমূহত বৈদ্যুতিকৰণ, খোৱা পানীৰ সুবিধা আৰু গাইগুটীয়া অনাময় ব্যৱস্থা আদিৰ ভিত্তিত ১১৫ খন জিলাক অনগ্ৰসৰ হিচাপে চিনাক্ত কৰি উলিওৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd