• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

উৰ্জা গংগা গেছ পাইপলাইন প্ৰকল্প গুৱাহাটীলৈকে সম্প্ৰসাৰণৰ পৰিকল্পনা গেইলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2018 5:21 pm
প্ৰতিনিধিত্বমূলক ছবি
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰৰ মালিকানাধীন প্ৰতিষ্ঠান গেইলে (GAIL) ইয়াৰ উৰ্জা গংগা গেছ পাইপলাইন প্ৰকল্প গুৱাহাটীলৈকে সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি কয় যে এই পাইপলাইনে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ গেছ গ্ৰিদৰ সৈতে সংযোগ কৰিব।

ফিকি (FICCI)ৰ এখন চেমিনাৰত ৰখা বক্তব্যত মন্ত্ৰীজনে কয় যে, ‘গেইলে জগদীশপুৰ হালদিয়া আৰু বোকাৰু ধামৰা পাইপলাইন গুৱাহাটীলৈকে সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিছে।’ তেওঁ লগতে কয় যে অনুমোদিত ১২৯৪০ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ ভিতৰতে কোম্পানীটোৱে গুৱাহাটীলৈকে স্পাৰ লাইন বহুৱা সন্দৰ্ভত এটা সম্ভাৱনীয়াতা অধ্যয়নো (Feasibility Study) ইতিমধ্যে সম্পূৰ্ণ কৰিছে।

Apply Now

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক ৰাষ্ট্ৰীয় গেছ গ্ৰিদৰ সৈতে সংযোগ কৰিব লগা স্পাৰ লাইন সন্দৰ্ভত অনুমতি বিচাৰি গেইলে পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ামক ব’ৰ্ডৰ কাষ চাপিছে।

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ৭ খন ৰাজ্যক সংযোগ কৰি এক গেছ গ্ৰিদ গঠনৰ বাবে ৰাজহুৱা খণ্ডৰ ৫ টা প্ৰতিষ্ঠান গেইল, তেল আৰু প্ৰাকৃতিক গেছ নিগম, অইল আৰু ভাৰত পে’ট্ৰলিয়াম নিগম লিমিটেডে যুটীয়াভাৱে কাম কৰাৰ বাবে সিদ্ধান্ত কৰিছে। বিজনেছ  ষ্টেনডাৰ্দৰ প্ৰতিবেদন অনুসৰি মন্ত্ৰী গৰাকীৰ মতে পাইপলাইন নোহোৱাৰ বাবে ত্ৰিপুৰা, মণিপুৰ, শিলচৰ আৰু অৰুণাচল প্ৰদেশত থকা গেছ ভাণ্ডাৰ সমূহৰ পৰা গেছ আহৰণ কৰি ব্যৱহাৰকাৰীলৈ যোগান ধৰিব পৰা হোৱা নাই।

উত্তৰ-পূৰ্বাঞ্চল গেছ গ্ৰিদ এতিয়াও ধাৰণাত্মক পৰ্যায়তে আছে।

এই পৰিৱেশ-অনুকূল ইন্ধনবিধৰ পৰিবাহী পাইপসমূহ ঘাইকৈ পশ্চিম আৰু উত্তৰ ভাৰততে থকাৰ বিপৰীতে ভাৰতৰ পূব প্ৰান্তত ইয়াৰ কোনো উপস্থিতি নাই। দক্ষিণ ভাৰতত কিছুমান পাইপলাইন বহুৱা হৈছে যদিও পূব ভাৰতত এতিয়ালৈকে ইয়াৰ কোনো ব্যৱস্থা কৰা হোৱা নাই।

ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে কেন্দ্ৰীয় চৰকাৰে আজিও অৱহেলিত দেশৰ পূব অঞ্চলক উদীয়মান গেছ অৰ্থনীতিৰ সৈতে সংযুক্ত কৰোৱাৰ বাবে সিদ্ধান্ত লৈছে। ২৬৫৫ কি. মি. জোৰা উৰ্জা গংগা প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd