• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই উন্নত যোগাযোগৰ দিনতো ভালেমান দিনৰ পৰাই বিকল হৈ আছে ‘চাইল্ডলাইন’ সেৱাৰ ফোন নম্বৰ

সুকৃতি গগৈ by সুকৃতি গগৈ
January 14, 2018 8:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত শিশুৰ অধিকাৰ ৰক্ষা তথা শিশুৰ সুৰক্ষাৰ বাবে থকা চৰকাৰৰ ‘চাইল্ডলাইন’ নামৰ সেৱাৰ ফোন নম্বৰ বিকল হৈ আছে যোৱা কেইবাদিনো ধৰি। তথ্য-প্ৰযুক্তি তথা যোগাযোগৰ উন্নত ব্যৱস্থা সকলোৰে বাবে সুলভ হোৱাৰ দিনতো এনে হোৱাটোৱে সচেতন মহল তথা শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ হকে কাম কৰা ব্যক্তি, স্বেচ্ছাসেৱী সংগঠনক বেচ উদ্বিগ্ন কৰি তুলিছে।

উল্লেখযোগ্য যে জৰুৰীকালীন সময়ত শিশু সকলে বা শিশু সকলৰ হৈ আনে বিনামূলীয়াকৈ ফোন কৰিব পৰা বা অভিযোগ দিব পৰা বা বিপদৰ পৰা উদ্ধাৰৰ বাবে সহায় বিচাৰিব পৰাকৈ ট’ল ফ্ৰী নম্বৰ (১০৯৮) ব্যৱস্থা কৰিছে চৰকাৰে। ১৯৯৬ চনত ভাৰত চৰকাৰৰ চাইল্ডলাইন ইণ্ডিয়া ফাউণ্ডেইশ্যন (Childline India Foundation (CIF)) –এ এই নম্বৰ প্ৰচলন কৰিছিল।

Apply Now

‘ইয়াৰ জৰিয়তে শিশু শ্ৰমিকক কামত লগোৱাৰ বিষয়েও খবৰ দিব পাৰি। তেনে খবৰ পোৱা মাত্ৰে শ্ৰম বিভাগে বিষয়টোত কাৰ্য্যকৰী ভূমিকা লৈ অভিযান চলায়।’ ৰাজ্যিক শ্ৰম আৰু কল্যাণ বিভাগৰ এজন শীৰ্ষ পৰ্য্যায়ৰ বিষয়াই কয়। ‘এই নম্বৰটোৰ কোনো বিকল্প নম্বৰ নাই।’ বিষয়াজনে কয়।

জানিব পৰামতে এইটো হ’ল গোটেই দেশৰ ভিতৰতে শিশুৰ সহায় আৰু সুৰক্ষা বিচাৰি যোগাযোগ কৰিব পৰা একমাত্ৰ নম্বৰ। গোটেই দেশজুৰি থকা এই চাইল্ডলাইন প্ৰকল্পটো কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ৰ(MWCD) দ্বাৰা সমৰ্থিত সংহত শিশু সুৰক্ষা আঁচনিৰ (ICPS) অধীনত আছে।

‘এইটো চৌব্বিচ ঘণ্টীয়া সেৱা। মই এইটো কথা আমাৰ কলকাতাৰ কেন্দ্ৰক জনাম আৰু সমস্যাটো সোনকালে সমাধা কৰিবলৈ ক’ম।’ এন ই নাওক এইদৰে কয় চাইল্ডলাইনৰ গুৱাহাটী কেন্দ্ৰৰ সমন্বয়ক নিৰ্মল ডেকাই।

উল্লেখযোগ্য যে ১৪ বছৰৰ তলৰ কোনো শিশু-কিশোৰক কামত নিয়োগ কৰোতা জনৰ বিৰুদ্ধে শিশু শ্ৰমিক (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮৬ ৰ অধীনত গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা লোৱাৰ সুবিধা আছে। এই আইনৰ অধীনত অভিযুক্তই তিনি মাহৰ পৰা ১ বছৰ পৰ্য্যন্ত কাৰাবাস খাটিব লগীয়া হ’ব পাৰে। বা ১০ হাজাৰৰ পৰা ২০ হাজাৰ পৰ্য্যন্ত টকা জৰিমনা ভৰিব লগা হ’ব পাৰে।

সুকৃতি গগৈ

সুকৃতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd