• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এখন শুদ্ধ এনআৰচি প্ৰকাশৰ বাবে কোকৰাঝাৰৰ সকলো দল-সংগঠন একত্ৰিত

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 17, 2018 5:26 pm
Kokrajhar-Dc
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচিৰ পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পাছত কোনো ধৰণৰ যাতে হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি কোকৰাঝাৰ জিলা প্ৰশাসনে আজি সকলো ৰাজনৈতিক দল, নাগৰিক সমাজ তথা দল-সংগঠনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত অনুষ্ঠিত হোৱা বৈঠকখনৰ সভাপতিত্ব কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত নিৰঞ্জন বৰুৱাই। উক্ত বৈঠকত কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তা, বিশিষ্ট ব্যক্তি মংগলসিং হাজোৱাৰি, পি চি ঝাৰ লগতে বিজেপি, কংগ্ৰেছ, বিপিএফ, চিপিএম(আই), য়ুপিপি(এল), বড়ো সাহিত্য সভা, গোৰ্খা সাহিত্য সভা সন্মিলন, বংগো সাহিত্য সভা, মাৰোৱাৰি যুৱ মঞ্চ, আবছু, আছু, বিএছয়ু, এবিএমছু, আমছু, আক্ৰাছু, আগছু, এবিবিয়াইএছএফৰ উপৰি আন আন সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

Apply Now

বৈঠকত কোকৰাঝাৰৰ উপায়ুক্ত বৰুৱাই বৰ্তমানৰ এনআৰচি উন্নীতকৰণৰ অগ্ৰগতি সম্পৰ্কে সকলোকে অৱগত কৰোৱাৰ উপৰি ৩০ জুনত প্ৰকাশ পাবলগীয়া পূৰ্ণ খচৰাৰ প্ৰস্তুতি সম্পৰ্কেও উল্লেখ কৰে। তাৰোপৰি বৈঠকত উপস্থিত থকা লোকসকলৰ বিভিন্ন প্ৰশ্ন সমূহৰো উত্তৰ দিয়ে উপায়ুক্তগৰাকীয়ে।

আনহাতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা এনআৰচি ভাৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ বৰাই জিলাখনত এনআৰচিৰ কাম কাজ সঠিক ৰূপত আগবঢ়াত সকলো দল-সংগঠনকে প্ৰশাসনক সহযোগিতা কৰিবলৈ অনুৰোধ জনায়।

উক্ত বৈঠকতে কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তাই এনআৰচিৰ পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা বুলি দল-সংগঠনক আশ্বাস প্ৰদান কৰে। ইয়াৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে ৰাজ্যৰ সৰ্বত্ৰে চলি থকা প্ৰতিবাদৰ সময়ত যাতে কোকৰাঝাৰত বিধেয়কৰ বিৰোধিতাৰ নামত কোনো বিক্ষিপ্ত ঘটনা নঘটে তাৰো ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

ইফালে গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থকা ৰাজনৈতিক দলৰ লগতে সকলো দল-সংগঠনৰ প্ৰতিনিধিসকলে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া তথা এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰকাশ পোৱাৰ বাবে জিলা প্ৰশাসনক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd