• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কঁয়াকুছিত তৃতীয় গ্ৰন্থমেলাৰ আয়েজন

ৰমিনুল ইচলাম by ৰমিনুল ইচলাম
December 12, 2017 5:42 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কঁয়াকুছিত তৃতীয় সংখ্যক গ্ৰন্থ আৰু বাণিজ্য মেলা ২০১৭ৰ আয়োজন কৰা হৈছে।কঁয়াকুছি শংকৰ-আজান সমন্বয় ক্ষেত্ৰত সাতদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এই উৎসৱৰ আযোজন কৰা হ’ব বুলি পৰিচালনা কমিটিয়ে জানিবলৈ দিছে। আয়োজক সমিতিয়ে এই গ্ৰন্থ আৰু বাণিজ্যমেলাৰ বাজেট ২০ লাখ টকাৰ হ’ব বুলি জানিবলৈ দিছে। মেলাখনত অসমৰ ৬০ খন কৈ আগশাৰীৰ বিপণিক আমন্ত্ৰণ জনোৱা হৈছে। আয়োজক সমিতিয়ে জনোৱা মতে কঁয়াকুছি অঞ্চলৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী তথা নৱপ্ৰজন্মৰ শাৰীৰিক, মানসিক তথা বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থ সংস্কৃতি গঢ় দিয়াৰ উদ্দেশ্যে বিগত দুটা বছৰৰ দৰেও এইবছৰো এই উৎসৱটো আয়েজন কৰা হৈছে। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি এইবাৰৰ কাৰ্যসূচীত অসমৰ সাংস্কৃতিক, শৈক্ষিক, বৌদ্ধিক, সংবাদজগতকে আদি কৰি বিভিন্ন ক্ষেত্ৰৰ লোকসকলক আমন্ত্ৰণ কৰা হৈছে।প্ৰথমদিনাৰ কাৰ্যসূচী শোভাযাত্ৰাৰে আৰম্ভণি কৰিব জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই। গ্ৰন্থ আৰু বাণিজ্যমেলাৰ উদ্বোধন কৰিব বিশিষ্ট সাংবাদিক অতনু ভূঞাই। গ্ৰন্থমেলা তথা বাণিজ্যমেলা চলি থকা দিনকেইটাত সমসাময়িক সমস্যা ৰাজিৰ বিষয়ত আলোকপাত তথা প্ৰভাৱিত কৰিব পৰাকৈ সজাগতা অনুষ্ঠান, বন বিভাগৰ গছপুলি বিতৰণ, আলেচনা চক্ৰ, স্মতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে কঁয়াকুছি বঁটা ২০১৭ প্ৰদান কৰা হ’ব। ফকৰ উদ্দিন আলী আহমেদ মেডিকেল কলেজত অকালতে মৃত্যু বৰণ কৰা সোণালী সৰকাৰৰ নামতো ‘সোণালী সৰকাৰ সোৱৰণী বঁটা’ আগ বঢ়োৱা হ’ব। ভেশছন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, কবি সন্মিলন, আকস্মিক বক্তৃতা, মাৰাথন দৌৰ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা, ৰচনা লিখা প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা আদিকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব। সাংস্কৃতি সন্ধিয়াত বাবুৱে সংগীত পৰিবেশন কৰিব। আযোজক কমিটিয়ে ৰাইজৰ সহায়-সহযোগিতাৰ কামান কৰিছে।

Apply Now
ৰমিনুল ইচলাম

ৰমিনুল ইচলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd