• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষি পদ্ধতিৰ প্ৰযুক্তিগত জ্ঞান লাভৰ বাবে ভিয়েটনামলৈ কৃষি মন্ত্ৰীৰ নেতৃত্বত অসমৰ কৃষকৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2018 9:41 pm
vietnam tour
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভিয়েটনামৰ কৃষি সম্বন্ধে বাস্তৱ অভিজ্ঞতা লাভ কৰোৱা আৰু এছিয়ান ৰাষ্ট্ৰসমূহৰ পৰা নিৱেশ লাভৰ জৰিয়তে ৰাজ্যৰ কৃষি খণ্ডটোক পুৰুজ্জীৱিত কৰি তোলাৰ উদ্দেশ্যে অসমৰ এটা কৃষকৰ দলক মুখ্য মন্ত্ৰীয়ে ভিয়েটনামলৈ লৈ গৈছে। মুখ্য মন্ত্ৰীৰ নেতৃত্বত কৃষকৰ দলটো শনিবাৰে আবেলি ভিয়েটনামলৈ বুলি ৰাওনা হৈছে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিয়েটনামলৈ লৈ যোৱা দলটোত আছে  ১৩ গৰাকী বিধায়ক, চৰকাৰী কৰ্মচাৰী আৰু ১৫ গৰাকী প্ৰগতিশীল কৃষকৰ এটা সঁজাতি দল।দলটোৰ নেতৃত্বত আছে অসমৰ কৃষি মন্ত্ৰী অতুল বৰা। অসম আৰু ভিয়েটনামৰ জলবায়ু, ভূ-পৃষ্ঠ আৰু কৃষি পদ্ধতিৰ ধৰণ কৰণৰ মিল থকা বাবে অসমৰ কৃষিখণ্ডত ভিয়েটনামৰ কৃষি পদ্ধতি ব্যৱহাৰ কৰিব পৰা যাব বুলি কৃষকসকলক ভিয়েটনামৰ কৃষিৰ ওপৰত বাস্তৱ জ্ঞান লাভ কৰাৰ বাবে লৈ যোৱা হৈছে।

Apply Now

এই ভ্ৰমণৰ অংশ হিচাপে দলটোৱে সোমবাৰে প্ৰযুক্তি বিকাশ আৰু কৃষি সম্প্ৰসাৰণৰ বাবে হানয়ৰ ভিন ক্কিন ত্ৰিত অৱস্থিত ভিয়েটনাম একাডেমী অব এগ্ৰিকালছাৰেল ছাইন্স ভ্ৰমণ কৰিব আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সূহৰ ওপৰত বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰিব।

ভ্ৰমণ কালত মুখ্য মন্ত্ৰীয়ে ভিয়েটনাম চৰকাৰৰ উপ কৃষি আৰু গ্ৰাম্য বিকাশ মন্ত্ৰী হা কং টুৱান, বৈদেশিক সম্পৰ্ক আয়োগৰ চেয়াৰমেন হোৱাং বিন কুৱান আৰু কেন্দ্ৰীয় অৰ্থনৈতিক আয়োগৰ চেয়াৰমেন কাও দুয়ে ফাটক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে আলোচনাত মিলিত হ’ব। আবেলি তেওঁ এখন বিনিয়োগ ৰোড শ্ব’ত ভাগ ল’ব। ১৫ মে’ত সঁজতি দলটোৱে ভিন ফুকত থকা ভিনেকো কৃষি বিনিয়োগ উৎপাদন আৰু বিকাশ (Vineco Agriculture Investment Production and Development) ভ্ৰমণ কৰিব আৰু খোৱাই চাও জিলাত অৱস্থিত ফাৰ্মিং আৰু সংৰক্ষণ ক্ষেত্ৰসমূহ ভ্ৰমণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd