• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত ঘৰত আৱদ্ধ কৰি তিনিদিন ধৰি নিৰ্যাতন মহিলাক , মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 11:08 am
women tortured
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত চেচাঁপানী গাওঁৰ নিবাসী সৰপত আলি সেখৰ পুত্ৰ ইনছাৰ আলি সেখে  আদিবাসী জনগোষ্ঠীৰ মহিলা এগৰাকীক যোৱা তিনিদিন ধৰি নিজৰ ঘৰত গোপনে ৰাখি নিৰ্যাতন চলোৱাৰ পিছত কালি মহিলাগৰাকীয়ে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চিপজৰী লৈ আত্মহত্যা কৰা মহিলা গৰাকীক  মাগুৰমাৰী অঞ্চলৰ হাকুৰবাৰীৰ সাৰস লাক্ৰা বুলি  জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰনী মতে যোৱা তিনিদিন পূৰ্বে চেচাঁপানী গাওঁৰ ইনছাৰ আলি সেখে হাকুৰবাৰী অঞ্চলৰ পৰা আদিবাসী জনগোষ্ঠীৰ বিবাহিতা মহিলা এগৰাকীক ফুচলাই নিজৰ ঘৰলৈ লৈ আহে ৷ ইয়াৰ পিছতে মহিলা গৰাকীক নিজৰ ঘৰত ৰাখি ইনছাৰ আলি সেখে তিনিদিন ধৰি নিৰ্যাতন চলায় ৷ ইপিনে মহিলা গৰাকীয়ে ইনছাৰ আলি সেখৰ নিৰ্যাতন সহিব নোৱাৰি কেইবাবাৰো নিজৰ ঘৰলৈ যাব বিচাৰে যদিও ইনছাৰ আলি সেখ আৰু তেওঁৰ পৰিয়াল বৰ্গই সাৰস লাক্ৰাক ঘৰলৈ যোৱাত বাধা প্ৰদান কৰে । মহিলা গৰাকীয়ে নিজৰ ঘৰত যাবলৈ চেষ্টা চলোৱা আৰু ইনছাৰ আলি সেখ আৰু তেওঁৰ পৰিয়াল বৰ্গই মহিলা গৰাকীক যাবলৈ নিদিয়াত দেওঁবাৰে সন্ধিয়া গাওঁৰ কেইবাগৰাকী লোকৰ উপস্থিতিত এক গাওঁসভা অনুষ্ঠিত হয় ৷ উক্ত গাওঁসভাত  মহিলা গৰাকীক ইনছাৰ আলি সেখে অপহৰণ কৰি নিজৰ ঘৰত ৰাখিলে নে আন কিবা কাৰণত লৈ আহিলে সেই বিষয়ে কোনো সিদ্ধান্ত নোলোৱাত মহিলাগৰাকী মানসিকভাৱে ভাগি পৰে আৰু কালি ৰাতিপুৱা প্ৰায় ৮ বজাত ঘৰৰ ভিতৰত চিপজৰী লৈ আত্মহত্যা কৰে ৷ লক্ষণীয়ভাৱে গাওঁসভাৰ কোনো এজন লোকে বিবাহিত মহিলাগৰাকীক ইনছাৰ আলি সেখে অবৈধভাৱে ৰখাৰ সন্দৰ্ভতো আৰক্ষী থানাতো অৱগত নকৰিলে।মহিলাগৰাকীয়ে সৰু এটা কাঠৰ খুটাত গামোছাৰে চিপ লোৱা বুলি ইনছাৰ আলিৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই আত্মহত্যা কৰা মহিলাগৰাকীক চিপজৰীৰ পৰা খুলি মাটিত শুৱাই থোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ৷

Apply Now

কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু এয়া আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ তদন্তত ওলাই পৰিব বুলি মন্তব্য কৰিছে । ঘটনাটো যথেষ্ট ৰহস্যজনক বুলি মন্তব্য কৰি আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰখা বুলি সদৰি কৰিছে । আনহাতে ইনছাৰ আলি সেখ সম্প্ৰতি পলাতক যদিও আৰক্ষীয়ে ইনছাৰ আলি সেখক কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd