• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ক্ষতিপূৰণৰ বাবে এন চি হিলছ ষ্টুডেণ্টছ ফৰামৰ ১৫ দিনৰ সময়সীয়া উত্তৰ-পূব ৰেলৱেক

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 5, 2018 9:11 pm
Lumding-Silchar-BG-Railway-Line
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাছাওত ব্ৰডগজলৈ ৰেলপথ সম্প্ৰসাৰণ কৰাৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষক ১৫ দিনৰ সময়সীমা বান্ধি দিছে এন চি হিলছ ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফৰামে।

উল্লেখ্য যে লামডিঙৰ পৰা শিলচৰলৈকে ব্ৰডগজ ৰেলপথ সম্প্ৰসাৰণ কৰাৰ বাবে  ভূমি অধিগ্ৰহণ কৰাৰ সময়ত ডিমা হাছাও জিলাৰ ৫০০তকৈও অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল।

Apply Now

ব্ৰড গজলৈকে ৰেলপথ সম্প্ৰসাৰণ প্ৰকল্প বাস্তৱায়িত কৰাৰ সময়ত উত্তৰ-পূব সীমান্ত ৰেলৱেই জনজাতীয় লোকসকলৰ সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিছে।

ক্ষতিগ্ৰস্ত পৰিয়ালক সম্পত্তিৰ ক্ষতিপূৰণ দিয়াৰ দাবীত এন চি হিলছ ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফৰামে দীৰ্ঘ দিন ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছে।

ক্ষতিপূৰণৰ বিষয়টো আলোচনা কৰাৰ বাবে ডিমা হাছাও জিলাৰ সদৰ হাফলঙত ফেব্ৰুৱাৰিৰ ২৭ তাৰিখে প্ৰথমখন আলোচনাচক্ৰ আয়োজন কৰা হৈছিল যদিও ৰেলৱে বিভাগৰ শীৰ্ষস্থানীয় বিষয়াসকল সেই সভাত উপস্থিত নথকা বাবে ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিসকলে আলোচনাচক্ৰখন বৰ্জন কৰিছিল।

তাৰ পাছত ২০১৮ৰ ২৮ ফেব্ৰুৱাৰিত দ্বিতীয় বাৰৰ বাবে ডিমা হাছাওৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ আলোচনাকক্ষত ৰেলৱেৰ লামডিং ডিভিজনৰ ডি আৰ এম এম প্ৰমোদ কুমাৰ জৈন, এন এফ ৰেলৱেৰ মুখ্য অভিযন্তা ৰাজেন্দ্ৰ প্ৰসাদ জিংগাৰ, অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (বিশেষ শাখা) পল্লব ভট্টাচাৰ্য, ড়িমা হাছাওৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা আৰু ডিমা হাচাওৰ আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়াৰ উপস্থিতিত আন এখন আলোচনাচক্ৰৰ আয়োজন কৰা হয়।

আলোচনাত সিদ্ধান্ত মৰ্মে ক্ষতিপূৰণ কৰাৰ বাবে এমাহৰ সময় বিচৰা হৈছিল যদিও এমাহ উকলি যোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল।

তাৰ পাছত ছাত্ৰ সংগঠনটোৱে ৩ দিনৰ সময়সীমা দিয়ে আৰু ৰেলৱে কৰ্তৃপক্ষ ইয়াতো ব্যৰ্থ হয়। তাৰ পাছত ডিমা হাচাওৰ উপায়ুক্তই পুনৰ এমাহৰ সময় বিছাৰে।এই সন্দৰ্ভত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে আলোচনা কৰিবলৈ এন চি হিলছ ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফৰামে বুধবাৰে এখন সভা আহ্বান কৰে আৰু উপায়ুক্তৰ অনুৰোধৰ প্ৰতি সঁহাৰি দি ৰেলৱে কৰ্তৃপক্ষক ক্ষতিপূৰণ আদায় দিয়াৰ বাবে ১৫ দিনৰ সময়সীয়া দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এন চি হিলছ ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফৰামৰ সভাপতি ডেভিদ কইৱমে নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰিছে যে ক্ষতিপূৰণৰ বিষয়টো সমাধান কৰাৰ বাবে ৰেলৱে কৰ্তৃপক্ষক ২০১৮ৰ ১৮ এপ্ৰিললৈকে সময় দিয়া হৈছে। এই সময়সীমাৰ ভিতৰত প্ৰতিশ্ৰুতি ৰক্ষা কৰা নহ’লে ১৯ এপ্ৰিলত ডিমা হাছাওত ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুমকি দিছে ছাত্ৰ সংগঠনটোৱে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd