• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১জানুৱাৰিত খানাপাৰাত অনুষ্ঠিত হ’ব আৰ এছ এছৰ ‘লুইত পৰীয়া হিন্দু সমাৱেশ’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2018 7:58 am
আৰএছ এছ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশাল হিন্দু সমাৱেশ। অহা ২১জানুৱাৰিত খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই সমাৱেশক আৰ এছ এছে নাম দিছে ‘লুইত পৰীয়া হিন্দু সমাৱেশ’। সৰসংঘচালক মোহন ভাগৱতে অংশলবলগীয়া বিশাল হিন্দু সমাৱেশৰ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা বুলি সোমবাৰে আৰ এছ এছৰ উত্তৰ অসমৰ সংঘচালক ডাঃ ভূপেশ চন্দ্ৰ শৰ্মাই এক সংবাদমেলৰ আয়োজন কৰি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি তেওঁ জানিবলৈ দিয়ে যে আৰ এছ এছৰ ৩১হাজাৰ সদস্যই ইউনিফৰ্ম পৰিধান কৰি সমাৱেশত অংশ ল’ব। আৰু ৰাজ্যৰ চৌদিশৰ পৰা প্ৰায় ৪০ হাজাৰ লোক আহি সমবেত হ’ব। এই সমাৱেশখন সফল ৰূপে পৰিগণিত কৰিবৰ বাবে বিগত দুইবছৰৰ পৰা প্ৰস্তুতি চলাই আছো আৰু উত্তৰ অসমৰ প্ৰায় ৫০শতাংশ পঞ্চায়ত পৰ্যায়ৰ পৰা স্বয়ংসেৱক আৰু লোকক অংশগ্ৰহণ কৰোৱাৰ পৰিকল্পনা কৰিছো বুলি ডাঃ শৰ্মাই কয়।

Apply Now

উক্ত সমাৱেশত ৩১হাজাৰ সদস্যই একেলগে পৰিৱেশন কৰিব সমাৱেশৰ বাবে প্ৰস্তুত কৰি উলিওৱা গীত। লগতে সমাৱেশখনত অংশগ্ৰহণ কৰাৰ বাবে বিভিন্ন অঞ্চলৰ সন্মানীয় ব্যক্তি সকলৰ উপৰি সত্ৰৰ সত্ৰাধিকাৰ সকল, জনজাতীয় ৰজা, আচাৰ্য আদিকে ধৰি বিভিন্ন লোকক আমন্ত্ৰিত কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আনহাতে গুৱাহাটী মহানগৰীৰে প্ৰায় ২০০০ হাজাৰ লোকক হিন্দু সমাৱেশত অংশ লোৱাৰ বাবে আমন্ত্ৰণ জনোৱা বুলিও সদৰী কৰে।

সমাৱেশৰ কাৰ্যসূচীৰ কথা সংবাদ মাধ্যমৰ আগত দাঙি ধৰি শৰ্মাই কয় যে ২১ জানুৱাৰী তাৰিখে দিনৰ দুই বজাৰ পৰা বিয়লি ৩.৪৫বজালৈ চলিব এই সমাৱেশ। এই সমাৱেশৰ অন্ত পৰাৰ পিছতে মোহন ভাগৱতৰ তত্বাৱধানত লখৰাস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত সন্ধিয়া ৬.৩০বজাৰ পৰা ২২জানুৱাৰি তাৰিখৰ বিয়লি ৪ বজালৈ চলিব এখন সাংগঠনিক সভা। আৰ এছ এছে আয়োজন কৰা সমাৱেশ তথা সাংগঠনিক সভাৰ মূল উদ্দেশ্য হ’ল সংগঠনৰ কাৰ্য বিস্তাৰ কৰা আৰু সমাজত শান্তি সম্প্ৰীতি, একতা তথা ভাতৃত্ববোধ বৃদ্ধি কৰা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩৫ জন, ৭ জনৰ মৃত্যু; নিশ্চিত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে

June 18, 2026 8:13 pm
পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

পৰিয়ালত কিয় অবহেলিত হয় মাজু সন্তান?

June 18, 2026 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd