• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেতি মাটি, গৰু বিক্ৰী কৰাবলৈ বাধ্য কৰিলে সোণোৱাল চৰকাৰৰ স্মাৰ্ট পুলিচে; চাকৰিৰ নামত ধন সংগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2018 1:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোণোৱাল চৰকাৰে আৰক্ষী বিভাগটোক আধুনীকিকৰণ কৰা বুলি ৰাইজক আভুৱা ভাঁৰি অহাৰ সময়তে দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত দেখা পোৱা গ’ল ইয়াৰ ওলোটা ছবি। দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ এগৰাকী আৰক্ষী বিষয়াই দৰিদ্ৰ তথা নিবনুৱা যুৱকৰ পৰা কনিষ্টবলৰ চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছে লাখ লাখ টকা।

উল্লেখযোগ্য যে দেৰগাঁও আৰক্ষী প্রশিক্ষণ কেন্দ্ৰৰ আৰক্ষী বিষয়া ছামাদ চৌধুৰীয়ে কনিষ্টবলৰ চাকৰি দিয়াৰ নামত অঞ্চলটোত গঢ়ি তুলিছে এক প্ৰকাৰৰ ৰমৰমীয়া বেহা। সাধাৰণ ৰাইজক নিৰাপত্তা প্ৰদানৰ বাবে থকা আৰক্ষী বিভাগটো চৌধুৰীৰ কাৰণে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ।

Apply Now

প্ৰাপ্ত তথ্য মতে চৌধুৰীয়ে আৰক্ষী বিভাগত কনিষ্টবলৰ চাকৰি দিয়াৰ নামত স্থানীয় দুজন দৰিদ্ৰ লোকৰ পৰা ৩ লাখ কৈ টকা সংগ্ৰহ কৰে।

আনহাতে স্থানীয় দৰিদ্ৰ লোক দুজনে নিজৰ পুতেকৰ চাকৰি আশাত নিজৰ খেতি-মাটি বিক্ৰী কৰি কৰাৰ উপৰিও নিজৰ গৰু পৰ্যন্ত বিক্ৰী কৰি আৰক্ষী বিষয়া চৌধুৰীক ডেৰ লাখ টকা প্ৰদান কৰে। ইফালে আনজন লোকেও চৌধুৰীক ডেৰ লাখ টকা প্ৰদান কৰে।

কিন্তু আশ্বৰ্যজনকভাৱে টকা লাভ কৰাৰ পিছতে আৰক্ষী বিষয়া চৌধুৰীয়ে লোক দুজনৰ লগত যোগাযোগ ৰখাৰ পৰা বিৰত থকাৰ লগতে লোক দুজনে এই সম্পৰ্কত কিবা সুধিলেও চৌধুৰীয়ে উপলুঙা মন্তব্য কৰে। অৱশেষত চৌধুৰীয়ে লোক দুজনক তেওঁলোকৰ টকা ঘূৰাই দিব বুলি কয় যদিও আজি কালি কৰি লোক দুজনক চোঁচৰাই আছিল।

পিছত দালালৰূপী আৰক্ষী বিষয়া চৌধুৰীৰ ওপৰত সন্দেহ ওপজাত দেৰগাঁও থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী পৰিয়াল দুটাই। পূৰ্বতেও এনেদৰে দালালৰূপী আৰক্ষী বিষয়া গৰাকীয়ে এনেদৰে বহু নিবনুৱা যুৱক তথা দৰিদ্ৰ লোকৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd