• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গঁড় হত্যা ৰোধৰ সজাগতা সৃষ্টিৰ লক্ষৰে ৩২ খন চহৰৰ মাজেৰে চাইকেল যাত্ৰা অসমৰ পেৰা-চাক্লিষ্টৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2017 6:53 pm
গঁড় হত্যাৰ সজাগতা সৃষ্টিৰ চেষ্টা পেৰা-চাক্লিষ্ট ৰাকেশ বণিকৰ।

গঁড় হত্যাৰ সজাগতা সৃষ্টিৰ চেষ্টা পেৰা-চাক্লিষ্ট ৰাকেশ বণিকৰ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচ বছৰৰ আগতে হোৱা এটা দুৰ্ঘটনা সোঁভৰিটো হেৰুৱাইছিল ৰাকেশ বনিক নামৰ নগাৱঁৰ কলিয়াবৰৰ আমবাগানৰ যুৱকজনে। কিন্তু সেই দুৰ্ঘটনাৰ ক্ষতিৰ পিছতো তেওঁ নিজকে অন্যভাৱে সক্ষম কৰি তুলিলে এনেকুৱা পৰ্য্যায়লৈকে যে এদিন তেওঁ দেশৰ ভিতৰতে এজন আগ শাৰীৰ পেৰা-চাক্লিষ্ট হৈ পৰিল। আৰু এই ব্যক্তিগত সাফল্যৰ লগতে তেওঁৰ কাৰ্য্যসূচীত অন্তৰ্ভুক্ত হৈছে সামাজিক দায়বদ্ধতাৰ কাৰ্য্যসূচীও। দেওবাৰে (২৪ ডিচেম্বৰ, ২০১৭) তেওঁ থাইলেণ্ডৰ বেংককৰ পৰা আৰম্ভ কৰিছে ৩,৫০০ কিলোমিটাৰৰ চাইকেল যাত্ৰা, যাৰ আঁৰত আছে অসমৰ বিশ্বখ্যাত এশিঙীয়া গঁড় হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্য। থাইলেণ্ডৰ পৰা তেওঁৰ এই যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত এইবাবেই যে গঁড়ৰ খৰ্গৰ চোৰাং বেহাৰ মূল পথবোৰৰ এটা হ’ল থাইলেণ্ড। ৩১ বছৰীয়া যুৱকজনে জনোৱামতে তেওঁ থাইলেণ্ড, ম্যানমাৰ, ভাৰতৰ মুঠ ৩২ খন চহৰ ভ্ৰমণ কৰিব আৰু অসমৰ গুৱাহাটীত সমাপ্তি ঘটাব।

‘গঁড় হ’ল অসমৰ গৌৰৱ। কিন্তু আমি প্ৰতি বছৰে কিমানটা যে গঁড়ৰ মৃত্যু চাব লগীয়া হয়।’ ৰাকেশে কয়। তেওঁ গঁড়ৰ খৰ্গৰ চোৰাং কাৰবাৰৰ সৈতে থাইলেণ্ডৰ নাম সঙোৰ খাই থকা বাবেই বেংককৰ পৰা নিযৰ অভিযান আৰম্ভ কৰা বুলিও কয়।

Apply Now

উল্লেখযোগ্য যে অসমত গঁড়ৰ হত্যা এটা বৃহৎ পৰিৱেশজনিত সমস্যা। গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ দুখ লগাকৈ ব্যৰ্থ হৈ আহিছে। তথ্যমতে ২০০১ চনৰ পৰা ২৫০ টাতকৈ অধিক গঁড় খৰ্গৰ বাবেই চোৰাং চিকাৰীৰ হাতত নিহত হৈছে।

তেওঁ বেংককত থকা ভাৰতীয় দূতাৱাসৰ পৰা চাইকেল চলোৱা আৰম্ভ কৰি উত্তৰ দিশত ৮২ কিলোমিটাৰ সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে। বুধবাৰে তেওঁ মেই ছটৰ মাজেৰে ম্যানাৰত প্ৰৱেশ কৰাৰ কথা। ম্যানমাৰৰ পৰা তেওঁ তামু হৈ ভাৰতত প্ৰৱেশ কৰিব।

জানিব পৰা মতে যোৱ বছৰ, অৰ্থাৎ ২০১৬ চনত তেওঁ নতুন দিল্লীস্থিত ইণ্ডিয়া গেইটলৈকে চাইকেল চলাই গৈছিল, উদ্দেশ্য আছিল কেন্দ্ৰীয় চৰকাৰক অসমৰ বানত আক্ৰান্তসকললৈ বিত্তীয় সাহায্যৰ হাত আগ বঢ়াবলৈ অনুৰোধ কৰা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd