• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত অনুষ্ঠিত হ’ব ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰ্চৰ অডিশ্যন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2018 2:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডান্স ইণ্ডিয়া ডান্স, লিটল মাষ্টাৰ্চৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ বাচনি শিবিৰ। গুৱাহাটীৰ খানাপাৰাস্থিত নেৰিম প্ৰতিষ্ঠানত ১৯ জানুৱাৰি, শুকুৰবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতাখনৰ অডিশ্যন।

২০০৯ চনত আৰম্ভণি হোৱা প্ৰথম সংস্কৰণৰ পৰাই জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ডান্স ইণ্ডিয়া ডান্স আগশাৰীৰ টেলিভিছন জি টিভিত সম্প্ৰচাৰ হৈ আহিছে। প্ৰতিযোগিতাখনৰ প্ৰথন সংস্কৰণত বলিউডৰ দাদা হিচাপে খ্যাত মিথুন চক্ৰৱৰ্তীৰ লগতে বলিউডৰ লগত জড়িত আন তিনিগৰাকীৰ সৈতে বিচাৰকৰ আসনৰ দায়িত্বত আছিল।

Apply Now

উল্লেখযোগ্য যে ভাৰতৰ প্ৰায় সকলো ডাঙৰ চহৰতে ডান্স ইণ্ডিয়া ডান্স প্ৰতিযোগিতাৰ অডিশ্যন হ’ব। এই মুকলি অডিশ্যনত ১৬ বছৰৰ তলৰ সকলো শিশুৱে অংশগ্ৰহণ কৰিব পাৰিব। মুকলি অডিশ্যন সফলতাৰে পাৰ কৰাৰ পিছত লিটল মাস্তাৰ্চ সকলে এটা মেগা অডিশ্যনৰ মাজেৰে নিজৰ নিজৰ প্ৰতিভা দেখুৱাই পৰৱৰ্তী ৰাউণ্ডলৈ প্ৰৱেশ কৰিব পাৰিব। চূড়ান্ত ৰাউণ্ডত মুঠ ১৮ গৰাকী শিশুৱে খিতাপ দখলৰ বাবে প্ৰতিদ্বণ্ডী সকলৰ সৈতে যুঁজ দিব। এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ জাতি-জনগোষ্ঠীৰ নৃত্য-কলা আদি দেখিবলৈ সক্ষম হয়।

বিগত কিছু বছৰৰ পৰা জি টিভিয়ে আয়োজন কৰি অহা ডান্স ইণ্ডিয়া ডান্স, লিটল মাষ্টাৰ্চৰ জৰিয়তে দেশৰ সকলো প্ৰান্তৰে শিশু সকলে নিজৰ প্ৰতিভা বিকাশ কৰাৰ সম্পূৰ্ণ সুযোগ পোৱাৰ উপৰি অৰ্থনৈতিকভাবে দুৰ্বল পৰিয়ালৰ সন্তানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্বাবলম্বী হোৱা পৰিলক্ষিত হৈছে। তদুপৰি এই প্ৰতিযোগিতাৰ জৰিয়তে বহু নৃত্য শিল্পী বলিউডত খোপনি পুতিবলৈও সক্ষম হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd