• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত আয়োজন কৰা হৈছে ‘জীৱিকাৰ মাধ্যম হওক গ্ৰাম্য পৰ্যটন’ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2018 9:11 am
গ্ৰাম্য পৰ্যটন
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় গ্ৰামীন বিকাশ আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ খানাপাৰাস্থিত উত্তৰ-পূৰ্বাঞ্চল আঞ্চলিক শাখাই জানুৱাৰীৰ ৬ আৰু ৭ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ গ্ৰীণউদ ৰিজ’ৰ্টত ‘উত্তৰ পূব ভাৰতৰ গ্ৰাম্য পৰ্যটন মাধ্যম হওক জীৱিকা’ শীৰ্ষক এক ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে।

এই সন্মিলনখনৰ উদ্বোধন কাৰ্যসূচীত কেন্দ্ৰীয় গ্ৰামীন বিকাশ, পঞ্চায়তী ৰাজ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ উপস্থিত থকাৰ সম্ভাৱণা আছে। কেন্দ্ৰীয় মন্ত্ৰীজনৰ উপৰি ভাৰত চৰকাৰৰ গ্ৰাম্য বিকাশ মন্ত্ৰনালয়ৰ সচিব অমৰজিৎ সিনহা, ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰনালয়ৰ মহানিৰ্দেশক সত্যজিত ৰাজনৰ লগতে পৰ্যটন মন্ত্ৰনালয়ৰ প্ৰাক্তন সচিব এম পি বেজবৰুৱাই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Apply Now

ভাৰতৰ ভিতৰতে উত্তৰ-পূবৰ আঠখন ৰাজ্যত মুঠ ৭.২শতাংশ গাঁও আছে। যিহেতু উত্তৰ-পূবৰ ৰাজ্যকেইখন নানা লোক কৃষ্টি সংস্কৃতিৰে চহকী সেয়েহে গাঁও সমূহৰ সৌন্দৰ্যতা তথা সংস্কৃতি সমূহ পৰিচয় কৰাই দিয়াৰ বাবে আমি গ্ৰাম্য পৰ্যটনক অধিক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়াস কৰিছো। ইয়াৰ ফলত গাঁওত বাস কৰা লোক সকলৰ জীৱিকাতো সু প্ৰভাৱ পৰা সম্ভাৱণা আছে। বুধবাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ সঞ্চালক ড০ আৰ এম পাণ্টে এই কথা সদৰী কৰে। ইয়াৰ উপৰি তেওঁ কয় যে দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনখনত মূলত: গ্ৰাম্য পৰ্যটনক্ষেত্ৰখন কি দৰে ফলপ্ৰসূ কৰি তুলিব পাৰি তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষাবিদ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ উল্লেখনীয় সংস্থা সমূহৰ লোকে সন্মিলনখনত অধ্যক্ষ, নিৰ্দিষ্ট বক্তা আদি ৰূপত উপস্থিত থাকি ভাষণ ৰাখিব।

গ্ৰাম্য পৰ্যটন মূলক ৰাষ্ট্ৰীয় সন্মিলনখনত ৰাম মুইভা, অসম চৰকাৰৰ গ্ৰাম্য বিকাশ আৰু পঞ্চায়তৰ উপায়ুক্ত তথা সচিব ড০ জে বি এক্কা, অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰনালয়ৰ প্ৰাক্তন সচিব স্বপ্ননীল বৰুৱাৰ উপৰি বহু বিষয়া উপস্থিত থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd