• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত এখন দৃষ্টিহীন বিশ্ববিদ্যালয় স্থাপনৰ দাবী প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 18, 2018 6:33 pm
প্ৰতিবন্ধী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ভিতৰত গুৱাহাটীত এখন দৃষ্টিহীন বিশ্ববিদ্যালয় স্থাপন তথা ৰাজ্যৰ তিনি চাৰিখন জিলাৰ মাজত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে একোখনকৈ নৱোদয় জাতীয় বিদ্যালয় স্থাপন কৰাৰ দাবীৰে অহা ২৪ জানুৱাৰিত দিল্লীলৈ গৈ কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী তথা শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰিব বুলি সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে আজি এক সংবাদমেল যোগে সদৰী কৰে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে এক সংবাদমেল আয়োজন কৰি বহুকেইটা দাবী উত্থাপন কৰে। তাৰ ভিতৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ ওপৰত তোলা এক অভিযোগ অনুসৰি সংস্থাটোৱে গুৱাহাটী দৃষ্টিহীন বিদ্যালয়ত বলপূৰ্বক মাটি দখল কৰিবলৈ গৈছিল। কিন্তু সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে আজি সংবাদ মেল যোগে সদৰী কৰে যে তেওঁলোকৰ ওপৰত তোলা এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু সেয়া বৰ্তমান মিছা বুলি প্ৰমাণিত হৈছে।

Apply Now

ইয়াৰ বিপৰীতে সংস্থাটোৱে এই সমগ্ৰ ঘটনাটোৰ সৈতে গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৱেন বৰ্মন জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে। যাৰ ফলত এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত প্ৰধান শিক্ষক গৰাকীৰ অপসাৰণৰ দাবীত সংস্থাই শিক্ষা সঞ্চালকালয়ৰ ওচৰত দাবী তুলি আহিছিল। লগতে তেওঁলোকৰ দাবীৰ প্ৰিত সঁহাৰি জনাই প্ৰধান শিক্ষক গৰাকীক অপসাৰণৰ বাবে উচ্চ শিক্ষা সঞ্চালকে নিৰ্দেশ প্ৰদান কৰিছিল বুলিও আজিৰ সংবাদমেলত সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বৰ্তমান পৰ্যন্ত প্ৰধান শিক্ষক গৰাকীয়ে  সঞ্চালকৰ নিৰ্দেশক আওকাণ কৰি প্ৰধান শিক্ষকৰ পদতে অধিষ্ঠিত হৈ থকা বুলি সংস্থাটোৱে অভিযোগ তুলিছে। সংস্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে উচ্চ শিক্ষা সঞ্চালকে এক নিৰ্দেশ যোগে পূৰ্বৰ প্ৰধান শিক্ষক পদত থকা বৰ্মনক তাৎক্ষণিকভাৱে প্ৰধান শিক্ষকৰ পদৰ পৰা অপসাৰিত কৰি কামৰূপ(ম) জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শিকা বুলী গগৈক তেওঁৰ পৰিৱৰ্তে প্ৰধান শিক্ষকৰ পদত অধিষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল যদিও পৰিদৰ্শিকা বুলী গগৈয়ে প্ৰধান শিক্ষক বৰ্মনৰ পক্ষত থিয় দি সঞ্চালকৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি বৰ্মনকে প্ৰধান শিক্ষকৰ কাৰ্যভাৰ গ্ৰহণ কৰি থকাৰ সুযোগ প্ৰদান কৰে।

আনহাতে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে দীৰ্ঘদিন ধৰি কৰি অহা প্ৰতিবাদৰ অন্তত বৰ্তমানৰ চৰকাৰখনে প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত ৫৪ টা বিভাগত ৪৪১৯ টা খালী পদ পূৰণৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ কাম-কাজ আৰম্ভ কৰাৰ ইংগিত প্ৰদান কৰিছে। ইয়াৰ উপৰি যোৱা ৮ জানুৱাৰিত চৰকাৰে প্ৰতিবন্ধী কৰ্মচাৰী সকলৰ বাবে সপ্তম দৰমহা আয়োগৰ ভিত্তিত ৩০০০ টকাকৈ যাতায়াত ভাট্টাৰ ধন মুকলি কৰাৰ বাবে তাৎক্ষণিক নিৰ্দেশ প্ৰদান কৰে বুলিও সংবাদমেলখনত সংস্থাটোৱে জানিবলৈ দিয়ে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd