• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত ৰাষ্টাৰ পাইলট প্ৰকল্প উদ্বোধন হিমন্ত বিশ্বৰ; উন্নত প্ৰযুক্তিৰে কম খৰচত কৰা হ’ব উন্নয়ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 7, 2018 11:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গড়কপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৭ জুলাইত শুভাৰম্ভণি কৰিলে গুৱাহাটীৰ পথৰ প্ৰথমটো পাইলট প্ৰজেক্টৰ কাম।

‘বহুদিনৰ পৰা গুৱাহাটীবাসীৰ অভিযোগ আছিল, গড়কপ্তানি বিভাগে ৰাস্তা নিৰ্মাণ কৰে কিন্তু ৰাস্তাটো ওখ হৈ গৈ থাকে আৰু ঘৰবোৰ তললৈ গৈ থাকে। এই বিষয়ে সংবাদ মাধ্যমতো বহু দিনৰ পৰা লেখা-মেলা চলি আছিল,‘ প্ৰকল্পটো উদ্বোধন কৰি মন্তব্য মন্ত্ৰীজনৰ।

Apply Now

সমগ্ৰ অসমতে পোন প্ৰথমবাৰৰ বাবে মিলিঙ আৰু ৰিচাইক্লিঙযোগে কৰিবলৈ লোৱা পথ নিৰ্মাণৰ ই হৈছে প্ৰথমটো প্ৰকল্প।

শুভাৰম্ভণি অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ লগতে শক্তি মন্ত্ৰী তপন কুমাৰ গগৈয়ো উপস্থিত থাকে।

এই প্ৰযুক্তি বিদ্যাৰ জৰিয়তে প্ৰথমতে ৰাস্তাটো কাটি লোৱা হ’ব বুলি সদৰী কৰি তেওঁ লগতে কয় যে কটাৰ পাছত যিখিনি পদাৰ্থ অথবা সামগ্ৰী ব্যৱহাৰযোগ্য হৈ থাকে, অনুমানিক ৩০ শতাংশ পদাৰ্থ পুনৰ ব্যৱহাৰ কৰি ৰাস্তাটো পুনৰ নতুনকৈ নিৰ্মাণ কৰা হ’ব।

যিহেতু পূৰ্বৰ ব্যৱহৃত পদাৰ্থসমূহ এই প্ৰজেক্টত ব্যৱহাৰ কৰা হ’ব, গতিকে আগৰ তুলনাত ৰাস্তা নিৰ্মাণৰ খৰচটো কমিব বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

উক্ত প্ৰযুক্তি বিদ্যাৰ জৰিয়তে দুটা লাভ হ’ব বুলি সদৰী কৰি তেওঁ কয়  ‘যিহেতু ৰাস্তাটো খান্দি নিৰ্মাণ কৰা হ’ব, গতিকে ৰাস্তাটোৰ স্থায়ীত্ব থাকিব। দ্বিতীয়তে গুৱাহাটীৰ মানুহৰ যি ডাঙৰ অভিযোগ আছিল ৰাস্তাটো ওখ হৈ গৈ থাকে আৰু তেওঁলোকৰ ঘৰসমূহ চাপৰ হৈ গৈ থাকে, সেই সমস্যৰ পৰা এই প্ৰক্ৰিয়াৰ জৰিয়তে হাত সাৰিব পাৰিব।‘

চাৰিটা পথ এই পাইলট প্ৰজেক্টৰ অধীনত লোৱা হৈছে বুলি মন্তৱ্য কৰি তেওঁ লগতে কয় ‘গুৱাহাটীবাসীৰ বাবে আজিৰ দিনটো এটা সুখৰ দিন। এই প্ৰজেক্টৰ দ্বাৰা পথ নিৰ্মাণত যদি সফল হওঁ ভৱিষ্যতে এনেদৰেই ৰাস্তা নিৰ্মাণ কৰা হ’ব।‘

উল্লেখ্য যে, ৰাস্তাৰ ঠিকাদাৰ সকলৰ সৈতে কিছুদিন পূৰ্বে এক আলোচনাত মিলিত হৈ তেওঁলোকক বেংকৰ পৰা লোণ লৈ হ’লেও এই মিলিঙ আৰু ৰিচাইক্লিঙ যন্ত্ৰটো কিনিবৰ বাবে অনুৰোধ কৰিছিল গড়কপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি তেওঁ সংবাদ মাধ্যমৰ আগত সমগ্ৰ পথ নিৰ্মাণৰ সৈতে জৰিত ঠিকাদাৰখিনিক উক্ত মেছিনটো ক্ৰয় কৰিবৰ বাবে আহ্বান জনায়।

প্ৰথমতে এই প্ৰজেক্টটো এফ.চি ৰোড, এম.চি.বি ৰোড আৰু কাহিলীপাৰা লালগণেশ সংযোগী পথ নিৰ্মাণত প্ৰয়োগ কৰা হ’ব আৰু উক্ত পথকেইটা নিৰ্মাণত সফল হ’লে অন্য সকলো পথেই এই প্ৰজেক্টৰ অধীনত নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰী ড০ শৰ্মাই কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে যদি বৰষুণে বাধা নিদিয়ে অহা এমাহৰ ভিতৰত উক্ত চাৰিটা পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি তেওঁ ঘোষণা কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd