• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ১৭৩ বছৰীয়া পুৰণি গীৰ্জাঘৰত খ্ৰীষ্টমাছ উদযাপন

সুকৃতি গগৈ by সুকৃতি গগৈ
December 25, 2017 3:34 pm
গুৱাহাটীৰ ১৭৩ বছৰ পুৰণি গীৰ্জাঘৰত খ্ৰীষ্টমাছ উদযাপনৰ মুহূৰ্ত

গুৱাহাটীৰ ১৭৩ বছৰ পুৰণি গীৰ্জাঘৰত খ্ৰীষ্টমাছ উদযাপনৰ মুহূৰ্ত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক গীৰ্জাঘৰটো খ্ৰীষ্টমাছৰ আড়ম্বৰপূৰ্ণ উদযাপনত ব্যস্ত হৈ পৰিছে। এইবছৰ তেওঁলোকৰ বিষয়বস্তু হৈছে ‘মানুৰহ পৃথিৱীত ত্ৰাণকৰ্তাৰ সন্ধানত।‘ আজি ৰাতিপুৱাৰ ভাগত পৱিত্ৰ বন্ধনৰ সময়ত ইয়াৰ সদস্যসকলৰ লগতে বহু লোকৰ সমাগম ঘটিছিল।

‘’ আমাক ভালৰ বাবে, আনক ভাল পাবলৈ আৰু সহায় কৰিবলৈ, আন্ধাৰ বিয়পি থকা স্থানত পোহৰ বিলাবলৈ আৰু বিপদত পৰি থকাসকলক উদ্ধাৰ কৰিবলৈ এই সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ দিয়ক,’’-প্ৰেম আৰু সেৱাৰ বিষয়ে আলোকপাত কৰি ৰেভাৰেণ্ড এঞ্জেল দৈমাৰীয়ে এইদৰে কয়।

Apply Now

তেওঁলোকৰ খ্ৰীষ্টমাছৰ পৰম্পৰাৰ বাহিৰেও তেওঁলোকে দৰিদ্ৰ শ্ৰেণীৰ স্কুলীয়া ল’ৰা ছোৱালীৰ মাজত স্কুলবেগ বিতৰণ কৰে। তেওঁলোকে কেৰ’ল গাই উৎসৱ উদযাপন আৰম্ভ কৰে। তদুপৰি, উত্তৰ পূৰ্বাঞ্চলৰ বিশ্বপৰ অধীনত থকা চিএনআইয়েও বহুতো স্কুল, কলেজ, হাস্পাতল আৰু চেমিনাৰী স্থাপন কৰিছে।

উত্তৰ পূব ভাৰতৰ প্ৰথমটো গীৰ্জাঘৰ হিচাপে খ্ৰীষ্ট চাৰ্চটো হৈছে মহানগৰীৰ এটা আটাইতকৈ পুৰণি গৃহ। গুৱাহাটীৰ নেহৰু পাৰ্কৰ ওচৰত চাৰ্চ ফিল্ডত অৱস্থিত এই গীৰ্জাঘৰটো। ১৮৪৪ চনত স্থাপিত এই গীৰ্জাঘৰটোত ৰেভাৰেণ্ড ডেনিয়েল উইলচনে ১৮৫০ চনত বিশ্বপ হিচাপে যোগদান কৰিছিল।

এই বছৰৰ অক্টোবৰ মাহত গীৰ্জাটোৰ তদাৰক কমিটিয়ে গীৰ্জা ঘৰটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে। গীৰ্জাটোৰ প্ৰায় ৫০ টা পৰিয়ালৰ সদস্যসকলে ইয়াক এটা নতুন জীৱন দান কৰিছে। অসমৰ ঐতিহ্য সংৰক্ষণ সংস্থাৰ অধীনত এই প্ৰকল্পটো চোৱা চিতা কৰিছিল এগৰাকী ঐতিহ্য সংৰক্ষণকাৰী আৰ্কিটেক্ট ৰঞ্জীৱ বৰুৱাই। টিউডৰ আৰ্হিৰ গাঁঠনি আৰু অসম আৰ্হিৰ নিৰ্মাণৰ সমন্বয়ত গীৰ্জাগৃহটো নিৰ্মাণ কৰি উলিওৱা হৈছে।

সুকৃতি গগৈ

সুকৃতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd