• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰেছক্ৰেকাৰৰ অ’পাৰেইশ্যন বন্ধ কৰিবলৈ নিৰ্দেশ দিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
December 14, 2017 9:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনাত অসমৰ ডিব্ৰুগড় জিলাৰ লেপেটকটাত নিৰ্মীয়মাণ এটা উল্লেখযোগ্যভাৱে বৃহৎ উদ্যোগ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড বা চমুকৈ গেছ ক্ৰেকাৰ প্ৰকল্পৰ অ’পাৰেইশ্যন ই অঞ্চলটোত সৃষ্টি কৰা প্ৰদূষণৰ বাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ এই নিৰ্দেশটো আহে ডিব্ৰুগড় ফিছাৰি ক’-অ’পাৰেটিভ ছ’চাইটি লিমিটেড আৰু ছৈখোৱা শদিয়া মীন সমবায় লিমিটেডে উদ্যোগটোৰ কৰ্তৃপক্ষ (বি চি পি এল)ৰ বিৰুদ্ধে সেউজ ন্যায়াধিকৰণত দিয়া অভিযোগৰ ভিত্তিত। অৱশ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ এই বি চি পি এলৰ কাৰ্য্যকলাপ বন্ধ কৰিবলৈ দিয়া নিৰ্দেশটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগনাদেশ দিছে বুলি জানিবলৈ পোৱা গৈছে। দুটা সুকীয়া সুকীয়া তাৰিখত ( ৭ আগষ্ট আৰু ৫ আগষ্ট) সংগ্ৰহ কৰা পানীৰ নমুনা পৰীক্ষা কৰি সেইবোৰত বি চি পি এলৰ দ্বাৰা নিষ্কাশিত অপদ্ৰব্যৰ উপস্থিতি গ্ৰহণযোগ্য পৰিমাণতকৈ বেছিকৈ পায়। সূত্ৰটোৰ মতে বি চি পি এলে এনে নিষ্কাশিত অপদ্ৰব্যৰ মাত্ৰাৰ যি গ্ৰহণযোগ্য মান আছে তাক উলংঘা কিৰছে আৰু চৌপাশৰ নদী, জলাশয় আদি ঔদ্যোগিক আৱৰ্জনাৰে প্ৰদূষিত কৰি পেলাইছে। অভিযোগকাৰী সংস্থা দুটাই কয় যে বি চি পি এলে কোনো ছেকন প্ৰক্ৰিয়া নকৰাকৈ নলীৰে পোনপটীয়াকৈ আৱৰ্জনা কাষৰ নদী, জলাশয়ত পেলাই প্ৰদূষণ সম্পৰ্কীয় নিয়ম উলংঘা কৰিছে। পানীত পৰা দূষিত দ্ৰব্যবোৰে পানী প্ৰদূষিত কৰিছে।

আনহাতে বিচিপিএল কৰ্তৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁলোকে এইবোৰ কোনো ধৰণৰ প্ৰদূষণ যাতে নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লৈহে এইবোৰ পেলাইছে। অৱশ্যে বিষয়টো যিহেতু ন্যায় প্ৰক্ৰিয়াৰ অধীনত আছে সেয়ে বি চি পি এল কৰ্তৃপক্ষই এই সম্পৰ্কত একো ক’ব নিবিচাৰিলে।

Apply Now

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাত স্থাপন কৰা গেছ ক্ৰেকাৰ প্ৰকল্প অসমত নতুনকৈ স্থাপিত উদ্যোগবোৰৰ এটা অন্যতম। অসম চুক্তিৰ আধাৰত এই উদ্যোগক অসমে লাভ কৰিছিল আৰু ইয়াত অসমৰ বৃহৎ সংখ্যক নিবনুৱাই সংস্থাপন লাভ কৰাৰ আশা আছে।

 

 

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd