• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাৰিলেনযুক্ত ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱালৈ ৰহাৰ টোলগে’ট বন্ধ ৰখাৰ দাবী কেইবাটাও সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2018 8:53 am
ৰহা টোলগেট
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰহাস্থিত ৰণথলীৰ টোলগে’ট পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰে ‘ইন্দাৰদ্বীপ’ নামৰ কোম্পানীটোক দায়িত্ব দিয়া বুলি প্ৰকাশিত বাতৰিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰহাৰ কেইবাটাও সংগঠন। অসমৰ চাৰিলেনযুক্ত ঘাইপথসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰহাৰ এই টোলগে’ট বন্ধ ৰাখিব লাগিব বুলি এই সংগঠনকেইটাই হুংকাৰ দিছে।

২০০৬ চনৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলক সামৰি চাৰিলেনযুক্ত পথসমূহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বৰ্তমানলৈ ৰাষ্ট্ৰীয় চাৰিলেনযুক্ত ঘাইপথসমূহৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহ’ল। এই অভিযোগ ৰহা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগতে তিৱা ছাত্ৰ সন্থাৰ।

Apply Now

শুকুৰবাৰে ৰহাত সংগঠনকেইটাই আয়োজন কৰা এখন সংবাদমেলত কয় যে গুৱাহাটীৰ পৰা মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ মাত্ৰ ৩০০ কিল’মিটাৰমানহে পথ নিৰ্মাণৰ কাৰ্ম সম্পূৰ্ণ কৰিছে যদিও বৰ্তমানেও পানীনলা, উপপথসমূহৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল। ফলস্বৰূপে সঘনে পথচাৰী, যান-বাহনসমূহ দুৰ্ঘটনাত পতিত হৈ আহিছে।

ইয়াৰ পূৰ্বে ২০১৬ চনত চৰকাৰে এই টোলগে’টটো মুকলি কৰাৰ ব্যৱস্থা কৰিছিল যদিও বহুকেইটা সামাজিক আৰু জাতীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদত টোলগে’টটো অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল চৰকাৰে।

ইতিমধ্যে এই সংগঠনসমূহে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঘাইপথৰ সংলগ্ন দাঁতিৰ প্ৰতিটো বিষয় জড়িত ব্যৱস্থা সুদৃঢ়কৰণ, ভগাপথ পৰিপক্ক ৰূপত নিৰ্মাণ, উপপথসমূহৰ সুদৃঢ়কৰণ, নলা-নৰ্দমাসমূহত ঢাকনি দিয়াৰ ব্যৱস্থা, পানী নিগৰা গতিপথৰ ব্যৱস্থা, ৰহা চাৰিআলিৰ চাৰিলেন পথ পৰিপূৰ্ণ, ৰাষ্ট্ৰীয় পথৰ দুয়োমূৰে নিয়ন্ত্ৰণ কক্ষ, জেব্ৰা ক্ৰছিং, পথ ছিগনেলসমূহ অনতি পলমে সুচল কৰিবলৈ চৰকাৰক এমাহ সময় নিৰূপণ কৰি দিছে।

ইয়াৰ অন্যথা আছুকে ধৰি সংগঠনসমূহে ৰাইজৰ সহযোগত গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিয়ে।

শুকুৰবাৰে অনুষ্ঠিত সংবাদমেলত ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতী, সাধাৰণ সম্পাদক পংকজ হাজৰিকা, ৰহা আঞ্চলিক তিৱা ছাত্ৰ সন্থাৰ সভাপতি চন্দ্ৰকান্ত হোকাই, সাধাৰণ সম্পাদক চন্দন দেউৰী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিৰ সভাপতি হৰিপ্ৰসাদ ৰাজখোৱা, সাধাৰণ সম্পাদক নীলোৎপল হাজৰিকা, ৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি সঞ্জয় আমছি, সম্পাদক ধনটি ডেকা উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd