• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীন-ভাৰত সীমান্তত সৰ্ববৃহৎ অনুশীলনত ভাৰতীয় বায়ুসেনা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2018 7:23 pm
Sukhoi-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা সপ্তাহত পাক-ভাৰত সীমান্তত ভাৰতীয় বায়ুসেনা বাহিনীৰ যুঁজাৰু বিমানসমূহে তিনি দিনতেই ৫,০০০ ছৰ্টি সম্পন্ন কৰাৰ পাছত শেহতীয়াভাৱে বায়ুসেনা বাহিনীয়ে লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে চীন-ভাৰত সীমান্তত ইয়াৰ বাহিনীসমূহ মোতায়েন কৰিছে আৰু এক সৰ্ববৃহৎ অনুশীলন সম্পন্ন কৰিছে।

সমগ্ৰ ভাৰত বিয়পা গগনশক্তি নামৰ এই অনুশীলনীত বায়ুসেনা বাহিনীৰ সমস্ত যুদ্ধাস্ত্ৰকেই কাৰ্যক্ষম কৰি তোলা হৈছে।

Apply Now

১৯৮৬-৮৭ৰ অপাৰেশ্যন ব্ৰাছটেক অথবা  ২০০১-২০০৩ত ভাৰতৰ সংসদ ভৱনত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ পাছৰ অপাৰেশ্যন পৰাক্ৰমৰ পাছত সম্পন্ন কৰা এইটোয়েই বৃহত্ত্বম সামৰিক অনুশীলন হিচাপে কোৱা হৈছে।

পাকিস্তান আৰু চীনৰ সৈতে মোকাবিলা কৰাৰ বাবে ৪২টা স্বোৱাড্ৰনৰ আৱশ্যকতা থকা অৱস্থাত মাথোঁ ৩১টা স্কোৱাড্ৰন সম্পন্ন ভাৰতীয় বায়ুসেনাই দুয়োখন ৰাষ্ট্ৰৰ বিৰুদ্ধে আক্ৰমণাত্মক আৰু ৰক্ষণাত্মক যুদ্ধ কৰাৰ সামৰ্থ্যত শান দিয়াৰ বাবে সকলো সীমা অতিক্ৰম কৰিলে।
স্থলসেনা আৰু নৌসেনাৰ সক্ৰিয় সহযোগিতাৰে ভূ-আকাশ-জল সামৰিক অভিযানৰ এই হাই ভল্টেজ অনুশীলনত ১,১০০ খন যুঁজাৰু বিমান, ৬খন চি-১৩০জে শ্ৰেণীৰ সামৰিক পৰিবহণ বিমান আৰু ৭খন এ এন-৩২ শ্ৰেণীৰ সামৰিক পৰিবহন বিমানে অংশগ্ৰহণ কৰিছিল। বিমানবাহী সাৱধানীকৰণ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা (airborne warning and control system) আৰু আকাশী নিৰীক্ষণ আৰু ছু-৩০ৰ এটা ফ্লীটে এটায়াৰ ছুপাৰিয়ৰিটী যুঁজাৰু বিমানে নিৰাপত্তা প্ৰদান কৰিছিল।

হিন্দুস্তান এৰ’নটিকছৰ দৰে  আৰু বেছ ৰিপায়াৰ ডিপোসমূহৰ সৈতে সান্তিৰ সময়ৰ ৫৫-৬০শতাংশৰ পৰিৱৰ্তে সামৰিক ৰাজহুৱা খণ্ডৰ গোট৮৩শতাংশ পৰিসেৱাযোগ্যতা (যি কোনো সময়তে অভিযান চলোৱাৰ বাবে বিমানৰ সংখ্যাৰ উপলদ্ধতা ) লাভ কৰাৰ বাবে ভাৰতীয় বায়ুসেনাই প্ৰণালীবদ্ধভাৱে কাম কৰি আছে।

বাস্তৱ যুদ্ধকালীন সময়ৰ লগতে প্ৰৱল যুদ্ধত তিষ্ঠিব পৰা ক্ষমতাৰ পৰীক্ষা কৰাৰ লগতে অভিযানৰ সামৰ্থ্য আৰু ধাৰণাৰ উমান লোৱাটো এই অনুশীলনৰ লক্ষ্য বুলি ভাৰতীয় বায়ুসেনা বাহিনীৰ এয়াৰ চীফ মাৰ্শ্বেল বিৰেন্দৰ সিং ধানোৱাই প্ৰকাশ কৰিছে।

কিন্তু গেম প্লেনটো পৰিস্কাৰ। যদিহে পশ্চিম কমাণ্ডত সমান সংখ্যক যুঁজাৰু বিমানেৰে শত্ৰুক দিশহাৰা কৰাৰ বাবে সাম্ভাব্য সৰ্বাধিক ছৰ্টি সম্পন্ন কৰাটো, পূব কামাণ্ডৰ উদ্দেশ্য হৈছে ৰকেটৰ আক্ৰমণ এৰাই বিক্ষিপ্ত স্থানৰ পৰা ছুখই-৩০ এম কে আই যুঁজাৰু বিমানেৰে আই এল-৭৮ বিমানেৰে আকাশপথত ইন্ধন ভৰাই ভয়ানক আক্ৰমণ সংঘটিত কৰা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd