• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চূড়ান্ত খচৰাৰ পৰা বাদ পৰাসকলৰ ওজৰ-আপত্তি দাখিল আৰু নিষ্পত্তি প্ৰক্ৰিয়া স্বচ্ছ, নিকা আৰু নিখুঁত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2018 7:56 pm
NRC: Assam Jamiat, AAMSU demands punishment for 'false objection' petitioners

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত ৪০ লাখৰো অধিক লোক তালিকাৰ পৰা বাদ পৰা বিষয়টোক লৈ দেশ জুৰি আলোড়ন চলি থকাৰ মাজতে আজি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আন এটা গুৰুত্বপূৰ্ণ শুনানি হৈ যায়। এই শুনানিকালত ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিনটন নৰিমানৰ বিচাৰপীঠে কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক।

এন আৰ চিৰ খচৰাত নাম বাদ পৰা সকলো লোকলৈ জাননী প্ৰেৰণ কৰি তেওঁলোকক শুনানিত অৱতীৰ্ণৰ সুযোগ দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে, এই লোকসকলৰ ওজৰ-আপত্তি দাখিলৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হ’ব‍ লাগিব বুলি বিচাৰপীঠখনে এন আৰ চি কৰ্তৃপক্ষক সকীয়াই দিয়ে।

Apply Now

ওজৰ-আপত্তি দাখিলৰ প্ৰক্ৰিয়া নিখুঁত কৰিবৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰৰ জৰিয়তে এই ব্যৱস্থা পৰিচালনা কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে খচৰাৰ ওপৰত ভিত্তি কৰি চৰকাৰে কাৰো বিৰুদ্ধে কোনো ব্যৱস্থা ল’‍ব নোৱাৰিব বুলি কয় বিচাৰপীঠখনে।

ন্যায়ালয়ে লগতে এন আৰ চি কৰ্তৃপক্ষক পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত কৰ্ম-আঁচনিৰ আৰ্হি সাজু কৰাৰো নিৰ্দেশ দিছে। এই আৰ্হি পৰ্যবেক্ষণ কৰিব ন্যায়ালয়ে। আৰু তাত সংশোধনৰ প্ৰয়োজন হ’ব নেকি সেয়াও ন্যায়ালয়ে নিৰ্ধাৰণ কৰিব।

এন আৰ চি কৰ্তৃপক্ষই নৰ্থ-ইষ্ট নাওক কয় যে অহা ১৬ আগষ্টত হ’ব পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰি দিছে ন্যায়ালয়ে। উক্ত দিনটোতে ওপৰত কোৱা কৰ্ম-আঁচনিৰ আৰ্হি দাখিল কৰিব কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে ৩০ জুলাইত প্ৰকাশ কৰা এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা ৪০ লাখৰো অধিক লোকৰ নাম বাদ পৰিছে। এই কথাক লৈ দেশৰ ভিতৰে বাহিৰে নানা ধৰণৰ বিতৰ্কৰ সূচনা হৈছে।

ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই আদালতক জনায় যে অহা ৭ আগষ্ট, ২০১৮ ইং তাৰিখৰ পৰা এই লোকসকলে কি কাৰণত তেওঁৰ নাম বাদ পৰিল তাক জানিবলৈ সংশ্লিষ্ট এন আৰ চি সেৱাকেন্দ্ৰত আৱেদন কৰি জানিব পাৰিব।

এন আৰ চি কৰ্তৃপক্ষই জনোৱামতে, ৮ আগষ্টৰ পৰা এই বাদ পৰা লোকসকলৰ দাবী-আপত্তিৰ নিষ্পত্তি কৰা হ’‍ব। অহা ২৭ ছেপ্টেম্বৰলৈ নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন কৰিব পাৰিব জনসাধাৰণে।

উল্লেখযোগ্য যে চূড়ান্ত এন আৰ চি অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব বুলি পূৰ্বে এন আৰ চি কৰ্তৃপক্ষই জনাইছিল যদিও আজি আদালতত ন্যায়াধীশ ৰঞ্জন গগৈৰ এই সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত তেনেকৈ তাৰিখ নিৰ্ধাৰণ কৰা নাই বুলি কয় প্ৰতীক হাজেলাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd