• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰীৰ বাবে ৭০ শতাংশ বাছভাড়া ৰেহাইৰ দাবী এছ এফ আইৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 3, 2018 4:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰ-ছাত্ৰীৰ বাছভাড়া ৰেহাই দিয়াৰ বাবে যোৱা ২৩ মাৰ্চত ভাৰতীয় ছাত্ৰ ফেডাৰেচনে স্মাৰক পত্ৰৰ জৰিয়তে মহানগৰ জিলা উপায়ুক্তক অবগত কৰাৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি এছ এফ আইৰ মহানগৰ জিলা কমিটিয়ে দিঘলী পুখুৰীৰ পাৰত এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

২০১২ চনৰে পৰা এছ এফ আই য়ে বাছভাড়া ৰেহাই দিয়াৰ দাবীত আন্দোলন কৰি আহিছে যদিও এইক্ষেত্ৰত মহানগৰ জিলা প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলে সংগঠনটোৱে।

Apply Now

এছ এফ আইৰ ৰাজ্যিক সভাপতি কাশ্যপ চৌধুৰীয়ে সংবাদ মাধ্যমক কয় যে যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীৰ বাছভাড়া ৭০ শতাংশ ৰেহাই নিদিয়ে অথবা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ বাছ পাছৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে তেওঁলোকে ধাৰাবাহিকভাবে আন্দোলন চলাই নিব।

তেওঁলোকে কৰা আন্দোলনৰ হেঁচাত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে ২০ শতাংশ বাছভাড়া ৰেহাই দিয়াৰ ঘোষণা কৰি বাছ পাছৰ ব্যৱস্থা কৰিছিল যদিও শিক্ষানুষ্ঠানসমূহৰ জৰিয়তে পাছসমূহ নিদিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰে এই সুবিধাটোৰ পৰা বঞ্চিত হৈ আহিব লগীয়া হৈছে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয়, ‘দিল্লী তামিলনাডু আদিত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ বাছভাড়া ৰেহাই ব্যৱস্থা আছে। ইয়াৰোপৰি কৰ্ণাটকতো এছ এফ আইৰ প্ৰতিবাদৰ পিছত কৰ্ণাটক চৰকাৰে সম্পূৰেণৰূপে বাছভাড়া ৰেহাই দিছে। কিন্তু উত্তৰ-পূবৰ শিক্ষাৰ কেন্দ্ৰ গুৱাহাটীত ছাত্ৰ-ছাত্ৰীৰ বাবে বাছভাড়াৰ ৰেহাইৰ কোনোধৰণৰ ব্যৱস্থা নাই।’

পিছত সংগঠনটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি শীঘ্ৰে ৭০ শতাংশ বাছ ভাড়া ৰেহাই দিয়া, ছাত্ৰ-ছাত্ৰীৰ বাবে বাছ পাছৰ ব্যৱস্থা কৰা আৰু সোণাপুৰ কলেজ তথা ডিমৰীয়া কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰাৰ দাবীত কামৰূপ মেট্ৰ’ জিলা উপায়ুক্ত তথা পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd