• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাপানৰ বিনিয়োগকাৰীৰ সৈতে মত বিনিময় বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ ব্যুৰো: by এন ই নাও নিউজ ব্যুৰো:
November 27, 2017 11:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্যহতে জাপান ভ্ৰমণত থকা অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এটা টুইটত তেওঁ ট’কিঅ’ত থকা অসমীয়া সকলক লগ পায় আৰু তাত তেওঁলোকৰ উন্নত অৱস্থান দেখি আনন্দিত হোৱা বুলি কয়। ড০ শৰ্মাই তাত থকা অসমীয়াসকলৰ সৈতে মত বিনিময়ো কৰা বুলি কয়। প্ৰধানতঃ বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্য লৈ জাপান ভ্ৰমণ কৰা মন্ত্ৰী শৰ্মাই ভাৰতীয় দূতাবাসে আয়োজন কৰা এক ৰ’ডশ্ব’ৰ সময়ত জাপানৰ বিনিয়োগকাৰী তথা ব্যৱসায়ীসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ অসমত থকা বিনিয়োগৰ সুযোগ, সম্ভাৱনা, নিশ্চয়তা-নিৰাপত্তা সম্পৰ্কত ব্যৱসায়ী তথা উদ্যোগপতিসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে। প্ৰভাৱশালী মন্ত্ৰীজনে নিজৰ টুইটত উৎপাদন জগতত জাপানৰ সুখ্যাত দৰ্শন কাইজেন আৰু কাইকাকু (Kaizen & Kaikaku)ৰ প্ৰশংসা কৰাৰ লগতে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বুলিও কয়। উল্লেখযোগ্য যে অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত অসমত এডভাণ্টেইজ আছাম শীৰ্ষক Assam Global Investors’ Summit অনুষ্ঠিত হ’ব। ইয়াত জাপানে গুৰুত্বপূৰ্ণ সহযোগীৰ ভূমিকা ল’ব বুলি গম পোৱা গৈছে। আনহাতে শেহতীয়াকৈ অসম চৰকাৰে অসমক আছিয়ান (ASEAN)ৰ অৰ্থনৈতিক মণ্ডলৰ ক্ষেত্ৰত ভাৰতৰ মূল সাঁকো হিচাপে প্ৰতিষ্ঠিত কৰিব খুজিছে। ইয়াৰ সম্ভাৱনা এইবাবেই উজ্জ্বল যে প্ৰায়বোৰ প্ৰধান প্ৰধান আছিয়ান মহানগৰ ভৌগোলিকভাৱে ভাৰতৰ আন আন প্ৰদেশতকৈ অসমৰ অধিক কাষ চপা। ইয়াত বিনিয়োগৰ পৰিৱেশো যথেষ্ট সুচলতাপূৰ্ণ। এই ক্ষেত্ৰত অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ বাবে জাপানৰ দৰে দক্ষিণ-পূব এছিয়াৰ সমৃদ্ধিশালী দেশৰ পৰা বিনিয়োগকাৰীক আকৰ্ষণ কৰিব পৰাটো অসম চৰকাৰৰ বাবে হ’ব এটা ডাঙৰ সফলতা। কিন্তু তাৰ বাবে বিনিয়োগকাৰীক প্ৰথমে অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত ‘এডভাণ্টেইজ আছাম’ শীৰ্ষক অনুষ্ঠানটোলৈ আনিব পাৰিব লাগিব। শেহতীয়াকৈ বিভিন্ন দেশৰ অধিক সংখ্যক বিনিয়োগকাৰীক উক্ত অনুষ্ঠানটোত যাতে ভাগ লোৱাব পৰা যায় সেই উদ্দেশ্যেই অসমৰ কেইবাজনো মন্ত্ৰী-আমোলাই বিদেশ ভ্ৰমণ কৰিছে। জাপানৰ পৰা অধিক লাভৱান হোৱাৰ সম্ভাৱনা থকা বাবেই বোধহয় বিত্তমন্ত্ৰীজন নিজেই জাপান ভ্ৰমণলৈ গৈছে।

Apply Now
এন ই নাও নিউজ ব্যুৰো:

এন ই নাও নিউজ ব্যুৰো:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd