• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাও জিলাত ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ ৰমৰমীয়া বেহা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 1, 2018 1:51 pm
PRC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন কামত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰয়োজন হোৱা পৰিস্থিতিটোৰ সুযোগ লৈ হাফলঙত এচাম দুষ্ট চক্ৰই চলাই আছে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ অবৈধ বেহা। জিলাখনৰ বিভিন্ন ঠাইত এতিয়া পয়োভৰ ঘটিছে নকল পি আৰ চি। জানিব পৰামতে ট্ৰেড লাইচেন্স, চাকৰিৰ আৱেদন আদি কামৰ বাবে ডিমা হাচাও জিলাত স্থায়ীভাৱে বসবাস কৰা ব্যক্তি, যাৰ নামত বা উপৰিপুৰুষৰ নামত ভূমিপট্টা আছে, তেনে ব্যক্তিৰ নামত উত্তৰ কাছাৰ  পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বা পি আৰ চি দিয়ে।

কিন্তু এই প্ৰমাণপত্ৰ পাবৰ যোগ্যতা নথকা লোকে এইদৰে পি আৰ চি লাভ কৰিব নোৱৰাত ভুৱা প্ৰমাণ পত্ৰকে সংগ্ৰহ কৰা দেখা গৈছে। ইয়াৰে সুযোগ লৈ নকল পি আৰ চি যোগান ধৰা এটা দুষ্ট চক্ৰই গা কৰি উঠিছে। বিশেষকৈ পি আৰ চি অবিহনে ট্রেইড লাইচেন্স দিয়া নহ’ব বুলি কোৱাৰ পাছত সক্ৰিয় হৈ পৰিছে নকল পি আৰ চি প্ৰস্তুতকাৰী চক্ৰটো। যাৰ ফলত অধিক ধনৰ বিনিময়ত নকল পি আৰ চি দিয়াসকলৰ বজাৰ এতিয়া ৰমৰমীয়া।

Apply Now

PRC_2

অৱশ্যে এই তথ্য  উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে নকল পি আৰ চি বিৰোধী অভিযান আৰম্ভ হৈছে। সেইদৰে পি আৰ চি ভেৰিফিকেইশ্যনৰ পাছতহে গ্ৰহণ কৰাৰ বাবে জিলাৰ বিভিন্ন বিভাগক জাননী জাৰি কৰা হৈছে।

জানিব পৰামতে এই কাৰ্য্যব্যৱস্থাৰ ফলত উমৰাংচুৰ প্ৰেম কুমাৰ ৰায় নামৰ এজন যুৱকৰ পি আৰ চি নকল বুলি প্ৰমাণিত হোৱাৰ লগে লগে হাফলং আৰক্ষীক বিষয়টো অবগত কৰি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে এজাহাৰ দিয়া হয়।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ অতিৰিক্ত সচিব ছাইন্দেছ আৰদাওৱে জনাইছে যে নকল পি আৰ চি জব্দ কৰাৰ কাৰণে ভূমি আৰু ৰাজহ বিভাগ প্ৰস্তুত হৈ আছে। তেওঁ এনে নকল পি আৰ চি লোৱাৰ পৰা ৰাইজক সতৰ্ক কৰি দিয়ে। অন্যথা পি আৰ চি প্ৰস্তুতকাৰীৰ পৰা ধন দি অবৈধ পি আৰ চি লোৱা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলি জনাইছে বিষয়াজনে।

লগতে নকল পি আৰ চি বনোৱা চক্ৰ উৎখাতৰ কাৰণে কৰ্তৃপক্ষ সাজু হৈ আছে বুলিও তেওঁ জনায়।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd