• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ স্বৈৰাচাৰমূলক শাসনৰ বাবেই ডিমা হাচাওৰ ঘটনা সংঘটিত হ’ল: উদয়াদিত্য ভৰালী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 28, 2018 6:53 am
ডিমা হাচাও ঘটনাৰ প্ৰতিবাদত প্ৰতিবাদী সমদল

ডিমা হাচাও ঘটনাৰ প্ৰতিবাদত প্ৰতিবাদী সমদল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাচাওৰ মাইবাঙত ২৫ জানুৱাৰিত প্ৰতিবাদকাৰীৰ ওপৰত ৰাষ্ট্ৰৰ পুলিচ বাহিনীয়ে চলোৱা গুলীবৰ্ষণৰ প্ৰতিবাদত আজি গুৱাহাটী নাগৰিক সমাজে হাতত মমবাতি লৈ এক প্ৰতিবাদী সমদল উলিয়াই।

গুৱাহাটী ক্লাবৰ সমীপৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী কাৰ্য্যসূচীত কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট বুদ্ধিজীৱী উদয়াদিত্য ভৰালী, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, অধ্যাপক দীনেশ বৈশ্য, অসম চৰকাৰৰ প্ৰক্তন আয়ুক্ত বলোভদ্ৰ হাগজাৰীৰ লগতে ডিমাছা ছাত্ৰ সন্থাৰ বহুকেইজন নেতৃবৃন্দ উপস্থিত থাকে।

Apply Now

উদয়াদিত্য ভড়ালীয়ে কয় যে নাগালিম চুক্তিক কেন্দ্ৰ কৰি বিজেপি চৰকাৰে সাধাৰণ মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে। চৰকাৰৰ স্বৈৰাচাৰমূলক শাসনৰ বাবেই ডিমা হাচাওত এনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হ’ল।যিজন আৰক্ষীৰ গুলীত দুজনকৈ নিৰীহ যুৱকে প্ৰাণ আহুতি দিবলগীয়া হ’ল সেই আৰক্ষীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ তেওঁ দাবী জনায়। আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত অংশ লোৱা ৫ শতাধিক লোকৰ সমৰ্থন ডিমাহাচাও অঞ্চলৰ নীপিড়িত ৰাইজলৈ আগবঢ়াইছো বুলি তেওঁ বক্তৃতা প্ৰসংগত উল্লেখ কৰে।

এই কাৰ্য্যসূচীত ডিমাচা সমাজৰ ফালৰ পৰা উপস্থিত থকা এ বি বাথাৰীয়ে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি  অসমৰ লগত থাকিব বিচৰা কাৰণে তেওঁলোকক শাস্তি প্ৰদান কৰা হ’ল নেকি বুলি অসম চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে। তেওঁ লগতে নিহতৰ পৰিয়ালক উচিত ক্ষতিপুৰন প্ৰদান কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।

এই কাৰ্য্যসূচীত উপস্থিত থকা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে ক্ষোভ প্ৰকাশ কৰি উল্লেখ কৰে যে ডিমা হাচাওৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা আৰক্ষীৰ এনে কাণ্ডই সামপ্ৰতিক সময়ত অসমৰ জনসাধাৰণক পূৰ্বৰ তুলনাত অধিক শংকিত কৰি তুলিছে। আনহাতে বিজেপি চৰকাৰে নগা চুক্তিৰ বিষয়ে চলোৱা প্ৰচাৰক ভূৱা বুলি কোৱা প্ৰসংগক তেওঁ পোনচাটেই মিছা বুলি উল্লেখ কৰে। তেওঁ কয় যে কেৱল অসমেই নহয়, অৰুণাচল আৰু মণিপুৰৰ বৃহত্তৰ অঞ্চল নাগালেণ্ডক গতাই দিয়াৰ এয়া বিজেপি চৰকাৰৰ এক ষড়যন্ত্ৰ।

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা সদ্য অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই অসমৰ খিলঞ্জীয়াৰ ওপৰত চলোৱা অত্যাচাৰ ভৱিষ্যত সময়ত সহ্য কৰা নহ’ব বুলি চৰকাৰক সকীয়নী প্ৰদান কৰে।

উঁকি, গুৱাহাটী লিটাৰেৰী ফেক্টৰি আৰু স্বৰাজ অসমৰ দ্বাৰা আয়োজিত প্ৰতিবাদী সমদলত প্ৰায় ৫ শতাধিক লোকে অংশগ্ৰহণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

July 14, 2026 2:27 pm
ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

July 14, 2026 12:35 pm
ৰাজনীতি: সত্তা আৰু শঠতা

ৰাজনীতি: সত্তা আৰু শঠতা

July 14, 2026 11:42 am
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

July 14, 2026 10:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

July 14, 2026 2:27 pm
ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

July 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd