• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামুলপুৰ ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত ৰাভা ভাষা প্ৰশিক্ষণৰ সফল সামৰণি

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 1, 2018 7:38 am
Screenshot_2018-07-31-23-03-06
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ভাষা হৈছে এটা জাতিৰ দাপোন স্বৰূপ। ভাষা অবিহনে জাতি এটাৰ অস্তিত্ব নাথাকে। ভাষা থাকিলেহে জীয়াই থাকিব জাতি । এই ভাষ্য সদৌ অসম ট্ৰাইবেল সংঘৰ যুটীয়া সম্পাদক ৰবেন ৰাভাৰ ।

বাক্সা জিলা ৰাভা সাহিত্য সভা আৰু তামুলপুৰ আঞ্চলিক ৰাভা  ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত তামুলপুৰস্থিত বৰখোপাৰ ৰাভা ভৱনত আয়োজন কৰা ১৪ দিনীয়া ৰাভা ভাষাৰ প্ৰশিক্ষণৰ মঙলবাৰে সামৰণি অনুষ্ঠান উপলক্ষে অনুষ্ঠিত মুকলি সভাত ৰাভাই এই গুৰুত্ত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

Apply Now

ভাষণ প্ৰসংগত তেওঁ কয় যে ৰাভা জাতি ভাষা-কৃষ্টি-সংস্কৃতিৰে এটা চহকী জাতি। এই জনগোষ্ঠীৰ নিজস্ব ভাষা আছে , কৃষ্টি আছে, সংস্কৃতি আছে।  ভাষা-কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ আজিৰ নৱ প্ৰজন্মই আগভাগ ল’ব লাগিব।

বাক্সা জিলা ৰাভা সাহিত্য সভাৰ সভাপতি বলেন্দ্ৰ ৰাভাৰ সভাপতিত্বত আৰু তামুলপুৰ ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কমল ৰাভা হাকাচামে আঁত ধৰা সভাখন উদ্বোধন কৰে তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বীৰেণ চন্দ্ৰ ৰাভাই।

৫৮ নং  তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক  ইমানুৱেল মুচাহাৰীয়ে মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকি কয় য়ে ভাষা জানিবলৈ আৰু তাৰ সাৰমৰ্ম আয়ত্ব কৰিবলৈ মানুহ অধ্যয়নশীল হ’ব লাগিব।  একাগ্ৰতা আৰু জিজ্ঞাসু মন লৈ অধ্যয়ন কৰিলেহে মানুহে ভাষা এটা শুদ্ধভাৱে আৰু ভালদৰে শিকিব পাৰিব।

Screenshot_2018-07-31-23-04-08

আনহাতে  সভাত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰি বি টি চিৰ কাৰ্য্যবাহী সদস্য দেবেন বড়োয়ে কয় য়ে  বিভিন্ন সভা সমিতিত ৰাভা ভাষাত কথা বতৰা পাতিলে ভাষাটোক আগবঢ়াই নিয়াত সহায়ক হ’ব। সভাত নিখিল ৰাভা সাহিত্য সভাৰ উপ-সভাপতি যতীন্দ্ৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক দীপাংকৰ ৰাভা, বাক্সা জিলা ৰাভা কৃষ্টি সংঘৰ সম্পাদক মাধৱ ৰাভা, আৰু বাক্সা জিলা ৰাভা ছাত্ৰ সন্থাৰ শিক্ষাসচিব চবিন ৰাভায়ো ৰাভা ভাষাৰ  প্ৰচাৰ আৰু প্ৰসাৰৰ  ক্ষেত্ৰত কি কি কৰণীয় তাৰ ওপৰত তত্ব গধুৰ ভাষণ আগবঢ়ায়।

ইফালে কালিৰ এই সভাত বাক্সা জিলা ৰাভা সাহিত্য সভা আৰু তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সহযোগত প্ৰকাশ কৰি উলিওৱা তিনিমহীয়া আলোচনী ”পাজাৰ’ ‘ৰ প্ৰথম  সংখ্যাটো উন্মোচন কৰে তামুলপুৰ বিধায়ক  ইমানুৱেল মুচাহাৰীয়ে।

উল্লেখ্য যে ১৪ দিনীয়া এই ৰাভা ভাষাৰ প্ৰশিক্ষণ শিৱিৰত প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ আগবঢ়াই মেঘালয়ৰ তাপশ্ৰী সাধু আৰু নবিন চন্দ্ৰ ৰাভাই। সভাৰ পূৰ্বে এক মাংগলিক পৰিবেশত নৱনিৰ্মিত ৰাভা সাহিত্য ভৱন এটাৰ উদ্বোধন কৰে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd