• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰৰ কাৰ্য্যসূচীত ভাগ লৈ বহুকেইটা বিতৰ্কিত মন্তব্য কৰিলে বিজেপিৰ বিতৰ্কিত নেতা সুব্ৰমনিয়ন স্বামীয়ে

দীপ কুমাৰ কলিতা by দীপ কুমাৰ কলিতা
January 7, 2018 3:46 pm
SUBRAMANIAN-SWAMY
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসমৰ ঐতিহাসিক চহৰ তেজপুৰলৈ অহা বিজেপিৰ বিতৰ্কিত নেতা সুব্ৰমনিয়ন স্বামীয়ে ৰটাৰি ক্লাবৰ এটা কাৰ্য্যসূচীত ভাগ লৈ কেইবাটাও বিতৰ্কিত মন্তব্য কৰে। নিজৰ ভাষণত ৰাজ্যসভাৰ সাংসদৰ দৰে সাংবিধানিক পদত থকা নেতাজনে উগ্ৰপন্থীসকলক গুলীয়াই মাৰিব লাগে বুলি এক বিতৰ্কিত মন্তব্য কৰে। পাকিস্তান সন্দৰ্ভতো অতি বিতৰ্কিত মন্তব্য দি কয় যে পাকিস্তানক চাৰিভাগত টুকুৰা-টুকুৰ কৰি দিলেই তাত থকা সন্ত্ৰাসবাদীৰ সমস্যা নোহোৱা হ’ব। একেদৰে তেওঁ প্ৰতিৱেশী চীনৰ বিষয়েও তাৎপৰ্য্যপূৰ্ণ মন্তব্য দি কয় যে চীনৰ সৈতে ভাৰতে বন্ধুত্ব স্থাপন কৰিব লাগে, কিন্তু চীনক কোনোপধ্যে আগ বাঢ়িবলৈ দিব নালাগে। আনহাতে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভতো মন্তব্য দি কয় যে মমতা বেনাৰ্জীক কোনেও গুৰুত্ব দিব নালাগে। মমতাৰ মন্তব্যৰ কোনো গুৰুত্ব নাই। কাৰণ মমতাই যিহকে পাই তাকে কয়। মমতাৰ বিৰুদ্ধে প্ৰকৃততে বহুতো গোচৰেই দিব পৰা যায়। কিন্তু কিমান গোচৰ দিব। গতিকে মমতাৰ কথাৰ কোনো গুৰুত্ব নাই বুলি তেওঁ দাবী কৰে। অসমত বিদেশী এজনো থাকিব নালাগে। সকলোকে চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে। -অসমৰ বিদেশী সমস্যা সন্দৰ্ভত এইদৰে মন্তব্য কৰে সাংসদজনে।

তেজপুৰৰ অভিজ্ঞতা সন্দৰ্ভত সুব্ৰমনিয়ন স্বামীৰ টুইট।

আনহাতে আজি পুৱা স্বামীয়ে সপত্নীক তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিছিল। অসমত পৰ্য্যটনৰ যথেষ্ট সম্ভাৱনা থকাৰ কথা স্বীকাৰ কৰি তেওঁ ইয়াৰ যাতায়াত ব্যৱস্থাৰ পুতৌজনক অৱস্থাৰ বাবে খেদ প্ৰকাশ কৰে। তেওঁ তেজপুৰ চহৰক দেশৰ অন্য প্ৰান্তৰ লগত বিমান সেৱাৰ যোগাযোগ স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা দিব বুলি কয়। বিমান সেৱাৰ লগতে ৰেইল সেৱাৰেও চহৰখনক সংযোগ কৰাত গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

Apply Now

উল্লেখযোগ্য যে বিজেপিৰ নেতাজন নিজৰ মন্তব্যৰে সততে বিতৰ্কৰ মাজত থকাৰ প্ৰৱণতা সকলোৰে বিদিত। অলপতে তেওঁ নতুনকৈ ৰাজনৈতিক দল গঠন কৰিবলৈ ওলোৱা দক্ষিণৰ নেতা ৰজনীকান্ত সন্দৰ্ভতো বিতৰ্কিত মন্তব্য দিছিল।

আনহাতে আজি আবেলি নেতাজনে তেজপুৰ ভ্ৰমণ অভিজ্ঞতা সন্দৰ্ভত নিজৰ সন্তুষ্টি প্ৰকাশ কৰি এটা টুইট কৰে।

দীপ কুমাৰ কলিতা

দীপ কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

June 18, 2026 3:33 pm
মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

June 18, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd