• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীত পথ দুৰ্ঘটনাত নিহত এগৰাকী স্কুলীয়া ছাত্ৰী, আহত আন দুগৰাকী

মুকেশ সিং by মুকেশ সিং
May 17, 2018 10:55 am
862ba6e8-0940-4a71-9ed4-d52be76b0f4d
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ছাগলীয়া গাওঁ পঞ্চায়তৰ কাষত বুধবাৰে ৰাতিপুৱা এখন ই-ৰিক্সাৰে আহি থকা অৱস্থাত পিছপিনৰ পৰা এখন মাৰুতি ছুইফট ডিজায়াৰে(এ এছ ১৭-জি-৫৬৭৬ নম্বৰৰ) খুন্দিওৱাৰ ফলত এগৰাকী ১১ বছৰীয়া স্কুল ইউনিফৰ্ম পৰিহিত কিশোৰী নিহত হোৱাৰ লগতে আন দুজনী আহত হয়।

কিশোৰীগৰাকীয়ে তেওঁলোকৰ ছাগলীয়া আদৰ্শ প্ৰাক্-উচ্চ মাদ্ৰাছা বিদ্যালয়লৈ ই-ৰিক্সাৰে গৈ থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।

Apply Now

দুৰ্ঘটনাটোত গোলকগঞ্জ থানাৰ অন্তৰ্গত ছোট দীঘলটাৰিৰ বাসিন্দা ১১ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আৰিফা খাতুন ঘটনাস্থলীতে নিহত হয়। আনহাতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজনক গোলকগঞ্জ থানাৰ অন্তৰ্গত ছাগলীয়া গাঁৱৰ ১২ বছৰীয়া লাফিকা অঞ্জুমা আৰু ১১ বছৰীয়া আনিছা খাতুন বুলি চিনাক্ত কৰা হৈছে।

ধুবুৰী সদৰৰ উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজাই জনোৱা মতে আৰিফা খাতুনৰ মৃতদেহ ধুবুৰী অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত পৰিয়ালক চমজাই দিয়া হৈছে। আনহাতে আহত ছাত্ৰী দুগৰাকী ধুবুৰী অসমাৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

094ecbc7-e769-4ebe-b248-3e6f65fde069

ওজাই জানিব দিয়া মতে স্থানীয় লোকে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়াৰ উদ্দেশ্যেৰে ছাগলীয়া আৰক্ষী চকীত সমবেত হৈছিল যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

প্ৰাথমিক অনুসন্ধানৰ পিছত প্ৰকাশ কৰা মতে দুৰ্ঘটনাটো ছাগলীয়া গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে লাগি থকা নিহত ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ কাষতে সংঘটিত হয়। ই-ৰিক্সাখন বিদ্যালয় পোৱাৰ মুহূৰ্ততে নিয়ন্ত্ৰণ হেৰুৱাই মাৰুতি ছুইফটখনে ই-ৰিক্সাখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

ছাত্ৰী কেইগৰাকী ই-ৰিক্সাখনৰ পৰা ছিটিকি পৰে আৰু আৰিফাই তেওঁৰ ডিঙিত পোৱা গভীৰ আঘাতৰ ফলত ঘটনাস্থলীতে মৃত্যুমুখত পৰে। আৰক্ষীয়ে এই কথা জানিবলৈ দিছে।

নিজৰ পৰিচয় প্ৰকাশত অনিচ্ছুক জিলা পৰিবহন বিষয়াৰ সূত্ৰই কয় যে ধুবুৰী জিলাত পথত চলি থকা ই-ৰিক্সাসমূহৰ আশী শতাংশৰে বৈধ পঞ্জীয়ন নম্বৰ নাই আৰু এই কথা জনাৰ পিছতো বিষয়টোত ৰাজনৈতিক হস্তক্ষেপৰ বাবে বিভাগে কাৰ্য ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে।

মুকেশ সিং

মুকেশ সিং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd