• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন বছৰটোৰ প্ৰাকমুহূৰ্তত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যই পালে এজন বিশেষ অতিথি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2017 8:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰটোৰ প্ৰাকমুহূৰ্তত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যই পালে এজন বিশেষ অতিথি। সামান্য অসুস্থতা সত্ত্বেও কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয়পথ তথা জল পৰিবহণ আৰু জল সম্পদ মন্ত্ৰী নীতিন গাডকাৰিয়ে যোৱা ২৯ ডিচেম্বৰত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশ্বখ্যাত এশিঙীয়া গঁড়ৰ বৃহত্তম বাসভূমি কাজিৰঙা দৰ্শন কৰাৰ বাবে অভয়াৰণ্যখনত উপস্থিত হৈছিল।

উল্লেখযোগ্য যে যোৱা ২৯ ডিচেম্বৰত মাজুলীৰ এটা কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীজন হঠাতে সামান্যভাৱে অসুস্থ হৈছিল। সেই সময়ত তেওঁ চিকিৎসাৰ বাবে শীঘ্ৰেই নতুন দিল্লীলৈ ঘূৰি যোৱাৰ সম্ভাৱনাই দেখা দিছিল যদিও অসুস্থতা গুৰুতৰ নহয় বুলি চিকিৎসকে কোৱাৰ পিছত আন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। উত্তৰ-পূবৰ ৰাস্তা-ঘাটৰ উন্নয়ন সম্পৰ্কীয় আলোচনা কৰিবলৈ মুখ্য মন্ত্ৰীসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিবলৈ তেওঁ যোৱা ২৯ ডিচেম্বৰতে কাজিৰঙাত উপস্থিত হৈছিল। চৰকাৰী কাৰ্য্যসূচীৰ পিছতো যোৱা দুদিন ধৰি কেন্দ্ৰীয় মন্ত্ৰীজনে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাইছে কহৰা ৰেঞ্জৰ কাষৰ বৰগছ নামৰ ৰিজ’ৰ্টখনত। যোৱা দুদিন ধৰি গাডকাৰি আৰু তেওঁৰ পৰিয়ালে অসমীয়া খাদ্য সম্ভাৰৰ সোৱাদ লৈছে। প্ৰথম দিনা তেওঁলোকক আদৰণি জনাবলৈ এটা সাংস্কৃতিক কাৰ্য্যসূচীও লোৱা হৈছিল।

Apply Now

এক সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় মন্ত্ৰীজনে কাজিৰঙাৰ ভিতৰলৈ যাবলৈ হাতী ছাফাৰিৰ লগতে জীপ ছাফাৰিও কৰিছিল। কাজিৰঙাৰ সৌন্দৰ্য্য উপভোগ কৰাৰ মাজে মাজে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ চৰকাৰী বিষয়াসকলৰ সৈতেও বৈঠকত ভাগ লৈ আছে। মন্ত্ৰীজনে কালি এখন সংবাদমেলতো অংশগ্ৰহণ কৰে। সূত্ৰটোৱে কয় যে পুৰণি বছৰটোৰ অন্তিম সময়খিনি কাজিৰঙাৰ অৰণ্যময় পৰিৱেশত কটোৱাৰ পিছত সোমবাৰে পৰিয়ালসহ নতুন দিল্লীলৈ উৰা মাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm
দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

জি-৭ সন্মিলনত অস্বস্তিকৰ পৰিৱেশ, মেলনীৰ ওঁঠত চুম্বনৰ চেষ্টা জেলেনস্কিৰ!

June 17, 2026 3:08 pm
জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

জি-৭ সন্মিলনত মোদী আৰু ট্ৰাম্পৰ আলিংগনৰ পৰিৱৰ্তে কৰমৰ্দন: পুনৰ স্বাভাৱিক হ’বনে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক?

June 17, 2026 3:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd