• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডত যিকোনো প্ৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব : কিৰেণ ৰিজিজু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 3, 2018 11:53 pm
kiren rijiju
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ দল-সংগঠনৰ মনৰ ভাব বুজি পালেও কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ নিয়ম-নীতি মানি মানি চলি যিকোনো প্ৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিব। এই ঘোষণা কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেণ ৰিজিজুৰ।

আজি মহানগৰীৰ ৰেডিচন ব্ল হোটেলত আয়োজিত এক সংবাদ মেলত মন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰি নিৰ্বাচনৰ স্বাৰ্থ আগত ৰাখি সকলো লোককে নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়।

Apply Now

নাগালেণ্ডত বিভিন্ন সময়ত হৈ থকা অশান্তময় পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে নাগালেণ্ড এখন স্পৰ্শকাতৰ ৰাজ্য গতিকে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি বিশেষ ভূমিকা গ্ৰহণ কৰিব।

এই সন্দৰ্ভত তেওঁ কয় যে নাগালেণ্ডৰ নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় তাৰ বাবে কেন্দ্ৰীয় গৃহ বিভাগৰ ফালৰ পৰা সকলো ধৰনৰ ব্যৱস্থা হাতত লোৱা হ’ব।

আনহাতে সংবাদমেলখনত ৰিজিজুৱে আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক প্ৰগতিশীল পাৰ্টী চমুকৈ এনডিপিপিৰ সৈতে চুক্তি সাক্ষৰিত হোৱাৰ কথা সদৰী কৰে।

দীৰ্ঘদিনৰ বাবে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী হৈ থকা প্ৰাক্তন মুখ্য মন্ত্ৰী তথা এনডিপিপিৰ প্ৰতিষ্ঠাপক নেতা নেফিঅ’ ৰিঅ’ৰ সৈতে মিত্ৰজোঁটত থাকি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ সুখী বুলি উল্লেখ কৰে।

সংবাদমেলত তেওঁ জানিবলৈ দিয়া মতে বিজেপিয়ে ২০ খন আসনত আৰু এনডিপিপিয়ে ৪০ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব।

আনহাতে আশানুৰূপ আসন নোপোৱাৰ বাবেই এইবাৰ বিজেপিয়ে শাসকীয় দল এনপিএফৰ সৈতে আসনৰ বুজা-বুজি নকৰে বুলি ৰিজিজুৱে উল্লেখ কৰে। অৱশ্যে মন্ত্ৰী গৰাকীয়ে এনপিএফৰ সৈতে পূৰ্বৰ দৰেই বন্ধুত্বপূৰ্ণ সম্পৰ্ক বাহাল থাকিব বুলি মন্তব্য কৰে।

সেই সংবাদ মেলতে ৰিজিজুৰ সৈতে উপস্থিত থকা নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নেফিঅ’ ৰিঅ’ই উল্লেখ কৰে যে নাগালেণ্ডৰ জনসাধাৰণে সংবিধানিক নিয়ম-নীতি মানি চলি ততা গণতান্ত্ৰিক সমৰ্থনৰে নাগালেণ্ড নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে।

তেওঁ আজিৰ সংবাদমেলত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত হাতত হাত ধৰি আগবাঢ়ি যোৱাৰ বাবে নাগালেণ্ডৰ সমূহ নাগৰিকক আহ্বান জনায়।

লক্ষণীয় যে তেওঁৰ নেতৃত্বৰ ওপৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী তথা ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি অমৃত শ্বাহে আস্থা ৰখাৰ বাবে আজিৰ সংবাদ মেলৰ জৰিয়তে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।

ইয়াৰ উপৰিও নাগালেণ্ডৰ প্ৰতিগৰাকী নাগৰিকৰ হকে জান-প্ৰাণ দি হ’লেও কাম কৰি যাব তথা তেতিয়াহে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সকলোৱে মনোনিবেশ কৰিব পাৰিব বুলি আজিৰ সংবাদমেলত তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

বিজেপিৰ সৈতে মিত্ৰজোঁটৰ দ্বাৰা চৰকাৰ গঠিত হ’লে নাগালেণ্ডৰ নাগৰিকে এখন ফটফটীয়া চৰকাৰ পাব বুলি আশ্বাস প্ৰদান কৰে। এই সন্দৰ্ভত তেওঁ কয় যে স্বজন-তোষনকামী তথা দুৰ্নীতিয়ে গাঢ় লৈ উঠা শাসনাধীন চৰকাৰ উফৰাই এখন দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিবলৈ হ’লে ৰাইজৰ সমৰ্থন নিত্যান্তই প্ৰয়োজন। এই ক্ষেত্ৰত তেওঁ নাগালেণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰি এক যোগাত্মক পৰিবৰ্তন অনাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে।

 

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd