• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিখিল ভাৰত কৃষক সভাৰ ১৯ জানুৱাৰীৰ প্ৰতিবাদ দিৱসৰ কাৰ্যসূচীৰ বাবে সাজু বৰপেটা জিলা সমিতি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2018 10:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাল দিন আৰু পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাৰ গাদীত বহা বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত অহা ১৯ জানুৱাৰীত দেশজুৰি প্ৰতিবাদ দিৱস পালন কৰিব নিখিল ভাৰত কৃষক সভাই।

নিখিল ভাৰত কৃষক সভাৰ বৰপেটা জিলা সমিতিৰ সম্পাদক আজিজুৰ ৰহমানে বিবৃতিৰ জৰিয়তে সংবাদমাধ্যমক জনায় যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, কৃষকৰ ঋণ ৰেহাই, কৃষকৰ ফচলৰ লাভজনক দাম নিৰ্দ্ধাৰণ, কৃষি উৎপাদন বৃদ্ধি, কৰ্মহীন লোকসকলৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰা আদি প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে।

Apply Now

কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰায় চাৰিবছৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে প্ৰায় দুবছৰ শাসনত ঔষধ-পাতি, ৰন্ধন গেছ, কেৰ’চিন, বিদ্যুতৰ মাচুল আৰু অন্যান্য সামগ্ৰীৰ লেকামহীন মূল্যবৃদ্ধিয়ে পূৰ্বৰ সকলো ৰেকৰ্ড অতিক্ৰম কৰা বুলি বিবৃতিটোত উল্লেখ কৰে।

চৰকাৰৰ কৃষি আৰু কৃষকৰ স্বাৰ্থ বিৰোধী নীতিৰ পৰিণতি হিচাপে কৃষি সম্পদ ক্ৰমে গভীৰ হোৱাৰ লগতে কৃষি উৎপাদন বৃদ্ধিৰ হাৰ যথেষ্ট হ্ৰাস হোৱাৰ ফলত কৃষকসকল ঋণগ্ৰস্ততাৰ সন্মুখীন হ’বলৈ বাধ্য হৈছে। উৎপাদিত ফচলৰ লাভজনক দাম নোপোৱাত ঋণগ্ৰস্ত কৃষকৰ আত্মহত্যা ক্ৰমাগতভাৱে বৃদ্ধি হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ কৃষকৰ ওপৰত মাধমাৰ শোধোৱা বুলি বিবৃতিটোত উল্লেখ কৰে।

১৯৮০ চনৰ ১৯ জানুৱাৰীত তামিলনাডুত পুলিচৰ গুলীত দহজন শ্ৰমিক নিহত হোৱা ঘটনাৰ স্মৃতিত পালন কৰি অহা শ্ৰমিক-কৃষক মৈত্ৰী দিৱসটো এইবছৰৰ ১৯ জানুৱাৰীত দেশজুৰি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত কৃষি শ্ৰমিক ইউনিয়ন আৰু চেণ্টাৰ অব্ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন চমুকৈ চিটুৱে।

উক্ত দিৱসৰ লগত সংগতি ৰাখি বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত অহা ১৯ জানুৱাৰীত দেশজুৰি প্ৰতিবাদ দিৱস পালন কৰিব বুলি বিবৃতিটোত উল্লেখ কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে উক্ত দিনা বৰপেটা জিলাৰ এঘাৰটা স্থান ক্ৰমে বৰপেটাৰ কেওঁটকুছি, মন্দিয়া, কলগাছিয়া, বৰনগৰ, গোবৰ্দ্ধনা, সৰুপেটা, পাটাছাৰকুছি, পাকাবেতবাৰী, চেঙা, গোমাফুলবাৰী আৰু সৰুক্ষেত্ৰীত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিব।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd