• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজালীৰ হস্তিনাপুৰত গড়কাপ্টানি পথৰ সন্মুখতে শ্মশান নিৰ্মাণ কৰাক লৈ দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
March 30, 2018 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজালী মহকুমাৰ এক বৃহত্তৰ অঞ্চলৰ সমস্যাৰ প্ৰতি চকু দিবলৈ যেন আহৰি নাই প্ৰশাসনৰ। অঞ্চলটোৰ মাজেৰে যোৱা গড়কাপ্টানি পথটোৰ গহীনপাৰা থানৰ প্ৰায় সন্মুখতে এখন শ্মশান নিৰ্মাণ কৰি থকাক লৈ স্থানীয় লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে বজালী মহকুমাৰ সদৰ পাঠশালাৰ পৰা ১২৭ নং(এ) ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন প্ৰায় ৫০ খন ৰাজহ গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ পথ বামাখাটা-কৰ্দেগুৰী পথটোৰ বিধ্বস্ত ৰূপ আৰু গড়কাপ্টানি বিভাগৰ চূড়ান্ত হেমাহিৰ লগতে ঠিকাদাৰৰ লুণ্ঠনৰ বাবে জহি-খহি যোৱাৰ পিছত যোৱা ২৬ মাৰ্চত আছু, যুৱ ছাত্ৰ, কৃষক মুক্তিৰ লগতে অঞ্চলটোৰ ৰাইজে পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Apply Now

ইয়াৰোপৰি পহুমাৰা নৈৰ বুকুৰ পৰা জেচিবিৰে বালি মাটি কাটি দিনে-নিশাই ডাম্পাৰ-ট্ৰেক্টৰেৰ পথটোৰে অহা-যোৱা কৰি পথচাৰীৰ বাবে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰাৰ পিছতো বজালী মহকুমা আৰক্ষী প্ৰশাসন আৰু বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে।

ৰাইজৰ এই জলন্ত সমস্যাৰ উপৰিও গড়কাপ্টানি পথটোৰ গহীনপাৰা থানৰ প্ৰায় সন্মুখতে বৰ্তমান নিৰ্মাণ হৈ আছে এখন শ্মশান যাক লৈ সম্প্ৰতি অঞ্চলটোৰ লোকসকল খৰ্গহস্ত হৈ পৰিছে।

এই সম্পৰ্কত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পূব হস্তিনাপুৰ সমিতি, কৃষক মুক্তিৰ বজালী জিলা সমিতি আৰু আছু হস্তিনাপুৰ আঞ্চলিক সমিতিয়ে বৰপেটা জিলা উপায়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এখন স্মাৰকপত্ৰও প্ৰদান কৰিছিল।

ৰাইজৰ আৱেগ অনুভূতিক গুৰুত্ব নিদি এক সদাব্যস্ত পথৰ নিচেই কাষতে কোনে শ্মশান নিৰ্মাণৰ অনুমতি দিলে বুলি যুৱ ছাত্ৰ পৰিষদৰ নেতা বুবুল পাটগিৰী আৰু কৃষক মুক্তিৰ বজালী জিলা সমিতিৰ নেতা গুৰুপ্ৰসাদ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

শ্মশানখন সম্পূৰ্ণ হ’লে পথটোৰে ৰাইজে যাতায়াত কৰাত ভীষণ সমস্যাৰ সন্মুখীন হ’ব বুলি ক্ষোভ প্ৰকাশ কৰি সময় থাকোতে শ্মশানখনৰ নিৰ্মাণৰ কাম বন্ধ নকৰিলে ৰাইজৰ সহযোগত সংগঠনকেইটাই গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি দিয়ে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd