• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহকাৰীক চাৰিদিনৰ আৰক্ষী জিম্মালৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 8:15 am
26regsmuggler_200926-570x320

গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ী প্ৰদীপ কুমাৰক দেওবাৰে গুৱাহাটীত আদালতলৈ নিয়াৰ মুহূৰ্তত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বন্যপ্ৰাণী চোৰাং সৰবৰাহকাৰী প্ৰদীপ কুমাৰক দেওবাৰে এখন বিশেষ আদালতে চাৰিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

গুৱাহাটীৰ দাঁতিকাষৰীয়া যোৰাবাটত ৩৭ টা বিৰল প্ৰজাতিৰ জন্তু তথা সৰীসৃপ জব্দ কৰা ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত শনিবাৰে কুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

Apply Now

আইজলৰ পৰা গুৱাহাটীলৈ বন্যপ্ৰাণীসমূহ কঢ়িয়াই অনা গাড়ীখনৰ চালকজনকো জিম্মাত ৰখা হৈছে। যোৰাবাটত কেৱল এটা আৰক্ষী চকীহে থকালৈ চাই গোচৰটো বশিষ্ঠ থানালৈ বদলি কৰা হৈছে।

কুমাৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ ৫১ নং ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

তদন্তকাৰী বিষয়া জ্যোতি প্ৰসাদ সন্দিকৈয়ে কয়, ‘’ যোৰাবাট আৰক্ষী চকীৰ পৰা গোচৰটো বদলি কৰাৰ পিছত আমি অভিযুক্তগৰাকীৰ বিৰুদ্ধে বন্যপ্ৰাণী আইনৰ ৫১ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছো। আমি পৰৱৰ্তী তদন্ত আৰু কুমাৰক জেৰা কৰাৰ বাবে ১০ দিনৰ জিম্মাত বিচাৰিছিলো যদিও আদালতে চাৰিদিনৰহে অনুমতি দিয়ে। আমি বন বিভাগৰ পৰা উদ্ধাৰ হোৱা বন্যপ্ৰাণীৰ এক প্ৰতিবেদন বিচাৰিছো যিবোৰৰ বেছিভাগেই  বিলুপ্তপ্ৰায় প্ৰজাতিৰ।‘’

সূত্ৰসমূহে কয় যে বিলুপ্তপ্ৰায় বন্যপ্ৰাণীসমূহক চিনাক্ত কৰিবই লগাব কিয়নো সেইবোৰ আইনৰ আওতাত নপৰে।

বিশেষজ্ঞসকলে জনোৱা মতে সেইবোৰ বিলুপ্তপ্ৰায় প্ৰজাতিৰ বন্যপ্ৰাণীৰ  আন্তৰ্জাতিক ব্যৱসায়ৰ নিয়মত পৰে নে নপৰে সেয়া নিশ্চিত কৰিব লাগিব। যদি পৰে তেতিয়া আমদানি-ৰপ্তানি নীতিৰ অধীনত কিবা ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।

বন্যপ্ৰাণী বিশেষজ্ঞ বিভৱ তালুকদাৰে কয় যে তাৎপৰ্যপূৰ্ণ কথাটো হ’ল তেওঁলোক ম্যানমাৰৰ পৰা আহিছিল আৰু উত্তৰ প্ৰদেশলৈ গৈ আছিল। ‘’ সংশ্লিষ্ট সংস্থাসমূহৰ দ্বাৰা এই দিশটোৰ পুংখানুপুংখ তদন্তৰ প্ৰয়োজন আছে,’’-তালুকদাৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd