• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বনৰক্ষী সকলৰ বাবে কাজিৰঙাত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

উত্তম শইকীয়া by উত্তম শইকীয়া
January 30, 2018 9:16 pm
Kaziranga-forest-guards-training
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বাগৰি ৰেঞ্জত বনৰক্ষী সকলৰ কাৰনে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

‘প্ৰশিক্ষকৰ প্ৰশিক্ষণ’ শীৰ্ষক ৰাজ্যৰ বন বিভাগৰ পৃষ্ঠপোষকতাত আয়োজিত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীটোত ৩০ গৰাকী বনৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

Apply Now

উক্ত প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত বনৰক্ষী সকলে তেওঁলোকৰ সংশ্লিষ্ট ফৰেষ্ট ৰেঞ্জ সমূহলৈ উভতি গৈ আন বনকৰ্মী সকলক প্ৰশিক্ষণ দিব।

উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাৰ এখন ফৰেষ্ট কলেজৰ অভিজ্ঞ প্ৰশিক্ষক ৱেন্টাৰ ক’মব্ৰিকে নিৰ্বাচিত ৩০গৰাকী বনৰক্ষীক প্ৰশিক্ষণ দিছে।

বনৰক্ষী সকলক চোৰাংচিকাৰীৰ বিৰুদ্ধে যুঁজাৰ লগতে ক্ষেত্ৰ নিৰীক্ষণ, উন্নতমানৰ অস্ত্ৰৰ ব্যৱহাৰ তথা যিকোনো প্ৰতিকূলতাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আৰু ৱৰ্ল্ড ৱাইল্ডলাইফ ফাণ্ডৰ সহযোগত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াসকল উপস্থিত থাকে।

উক্ত ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰৰ ১০ গৰাকীক পিছৰ পৰ্যায়ত উচ্চমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হ’ব বুলি কাজিৰঙাৰ মাণ্ডলিক বন বিষয়া ৰোহিনী বল্লভ শইকীয়াই জানিবলৈ দিয়ে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জত দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দি শইকীয়াই কয় যে এই প্ৰশিক্ষণে বনৰক্ষী সকলক চোৰাংচিকাৰীক প্ৰতিৰোধ কৰাত অধিক দক্ষ কৰি তুলিব।

 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

June 29, 2026 5:40 pm
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd