• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বনৰীয়াৰ হাতীৰ তাণ্ডৱত সৰ্বস্বান্ত গোৰেশ্বৰবাসী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 1:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত হাতী মানুহৰ সংঘাত অৱ্যাহত থকাৰ সময়তে গোৰেশ্বৰ অঞ্চলত পুনৰ হাতী-মানুহৰ সংঘাতৰ ঘটনা পোহৰলৈ আহিছে।   বৰনদী অভয়াৰণ্য আৰু ভূটান পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে গোৰেশ্বৰ ৰাজহ চক্ৰৰ নাওকাটাৰ নিজৰাগাওঁ,বাঙালীপাৰা,   চেনীগাও,  জাবাংপাৰ, বেটাগাও, শুৱাগপুৰ, ঔবাৰী আদি কেইবাখনো গাঁৱত প্ৰায় ৬ দিনে অৱস্থান কৰিছে বুলি জানিব পৰা গৈছে।স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বেলি ডুবাৰ লগে লগে হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহি তাণ্ডৱ চলোৱা আৰম্ভ কৰে৷ ভূটানৰ পৰা বৈ অহা পুঠিমাৰী, শুক্লা নৈৰ কাষে কাষে থকা জাৰণিত আশ্ৰয় লৈ থকা বন্যহস্থীৰ জাকটোৱে নিশা হ’লেই জনবসতি পূৰ্ণ এলেকালৈ ওলাই আহে আৰু সাধাৰণ জনতাৰ খেতি-পথাৰ তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি হাৰাশাস্তি কৰে। বনৰীয়া হাতীয়ে মানুহৰ ঘৰবোৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে খেতি-পথৰাৰ ধান আৰু কল,তামোল, কুঁহিয়াৰৰ বাগান আদি নষ্ট কৰিছে৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে এক প্ৰকাৰ ৰাজ্য খনত সন্ত্ৰাস চলাই গৈছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত মগন ৰাজ্যৰ বনবিভাগ।  শ-শ লোকৰ নিদ্ৰাহৰণ হৈছে যদিও টোপনিত লালকাল বনবিভাগে সাৰ পোৱা নাই বুলি ৰাইজে বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

বনৰীয়া হাতীৰ জাকটোত কেইবাটাও পোৱালি থকা বুলি প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিয়ে। এক তথ্য অনুসৰি বঙালীপাৰা গাঁৱৰ এহাল দম্পত্তি ৰাতি শুই থকা অৱস্থাত হাতীয়ে তেওঁলোকৰ বাসগৃহত আক্ৰমণ চলাই, কিন্তু সৌভাগ্যবশতঃ দম্পত্তি হালে গম পাই পলায়ন কৰাত তেওঁলোকৰ জীৱন ৰক্ষা পৰে। গোৰেশ্বৰ অঞ্চলক কেইবাগৰাকী কৃষকে একেলগে কৰা প্ৰায় ১০ বিঘা মাটিৰ কলৰ বাগান বনৰীয়া হাতীৰ জাকে নষ্ট কৰিছে বুলি জানিব পৰা গৈছে। হাতী-মানুহৰ সংঘাত দিনক-দিনে বৃদ্ধি পাই অহাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো দেখিবলৈ পোৱা গৈছে। ৰাইজে কৰা অভিযোগ অনুসৰি  বৰনদী অভয়াৰণ্যৰ ভিতৰভাগত বন্যহস্তীৰ খাদ্যৰ অভাৱ হোৱাৰ ফলত কেইবাবছৰ ধৰি খাদ্য সন্ধানত বন্যহস্তী ওলাই অহাত অঞ্চলটোত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে।  বনৰীয়া হাতীৰ জাকটোৱে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাৰ বিপৰীতে অঞ্চলটোৰ ৰাইজ হাতত জাঠি-যোং লৈ হাতী খেদোৱাত ব্যস্ত হৈ পৰিছে।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd