• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বর্ণিল কাৰ্যসূচীৰে পাৰ হ’ল ৰাভা সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয়টো দিন

ছাজিদ খান by ছাজিদ খান
December 29, 2017 8:40 am
বৃহস্পতিবাৰে টংলাত ৰাভা সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনা ৰাভা মহিলাৰ এটি দলে পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা দেখা গৈছে

বৃহস্পতিবাৰে টংলাত ৰাভা সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনা ৰাভা মহিলাৰ এটি দলে পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা দেখা গৈছে

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰি জিলাৰ টংলাৰ চিবাকাই সতীশ চন্দ্ৰ ৰাভা ছুমাৰছিনি মাপাক ডাম ক্ষেত্ৰত বুধবাৰৰ পৰা আৰম্ভ হোৱা ৰাভা সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনটো বৰ্ণিল কাৰ্সূচীৰে সামৰণি পৰে। বুধবাৰে সভাৰ ৩৪ সংখ্যক অধিৱেশনখনি জিলাখনৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৩৪ খন পতাকা উত্তোলনেৰে আৰম্ভ কৰা হৈছিল।

অধিৱেশনৰ দ্বিতীয় দিনা বহু লোকৰ সমাগম হয়। সভাৰ মুকলি মঞ্চত ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচে ভাষণ দি কয় যে ৰাভা জনগোষ্ঠীয়ে তেওঁলোকৰ চহকী পৰম্পৰা,সংস্কৃতি আৰু ভাষা সঠিক ৰূপত ঘৰি ৰাখিব লাগে।

Apply Now

ৰাভা সাহিত্য সভাৰ উপ সভাপতি যতীন ৰাভাই স্মৃতি তৰ্পণ কৰাৰ পিছত বন্তি প্ৰজ্বলন কৰে আছুৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই।

অধিৱেশনত ৰাভাসকলৰ ঐতিহাসিক জীৱন পৰম্পৰাৰ বিষয়ে অনুষ্ঠিত এটি মনোজ্ঞ অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট লেখক কুশোৰাজ ৰানকাহাই। এই অনুষ্ঠানত আলোচক হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক ড০ যোগেশ ফুকন আৰু হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শিখামনি কোঁৱৰে।

ইয়াৰ পিছতে এখন ভলীবল প্ৰতিযোগিতাও অনুষ্ঠিত হয়। বিভিন্ন যুৱকৰ দলে অংশ গ্ৰহণ কৰা ভলীবল প্ৰতিযোগিতাখনে দৰ্শকক আকৰ্ষণ কৰে।

অধিৱেশনত এলানি গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। ‘ছুনখাৰঙ’ নামৰ এখন মুখপত্ৰ, এখন স্মৃতিগ্ৰন্থ ‘কাৰানল’, ৰাভা শব্দমালাকে ধৰি এলানি গ্ৰন্থ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উন্মোচন কৰা হয়।

দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত আছিল আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, ৰাভা হাছং স্বায়ত্ত্ব পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, ৰাভা হাছঙৰ কাৰ্যবাহী সদস্য জীৱন ৰাভা, জয়ন্তী ৰাভা, সামাজিক কৰ্মী বীৰুবালা ৰাভা আৰু অভিনেতা তথা নাট্যকাৰ পৱিত্ৰ ৰাভাকে বহুতো গণ্য মান্য ব্যক্তি।

অধিৱেশনত এখন বহু ভাষিক কবি সন্মিলনো অনুষ্ঠিত হয়। সন্ধিয়া বিভিন্ন শিল্পীৰ দলে জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে দৰ্শকক আপ্লুত কৰে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd