• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহী পুনৰীক্ষণৰ ফটোষ্টেট কপিত ওলাল ছেবাৰ গাফিলতি; ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ ভুক্তভোগী ছাত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2018 12:57 pm
seba

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম মাধ্যমিক শিক্ষা পৰিষদৰ চৰম অৱহেলাৰ ফলত নলবাৰীৰ এগৰাকী ছাত্ৰীৰ জীৱনলৈ চৰম হতাশা নামি আহিছে। নলবাৰী চহৰৰ শান্তিপুৰ নিবাসী মজিবুৰ ৰহমানৰ কন্যা চিমি চৌধুৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিন্তু ফলাফল ভবা ধৰণে লাভ নকৰাত বহী পুনৰীক্ষণৰ বাবে ছাত্ৰীগৰাকীয়ে ছেবাক আবেদন জনাইছিল।

কিন্তু লক্ষ্যণীয়ভাৱে পুনৰীক্ষণ প্ৰক্ৰিয়াত ছেবাই সম্পূৰ্ণ অৱহেলা প্ৰদৰ্শন কৰাত এতিয়া চিমিৰ পৰিয়াল হতাশাত ভোগা পৰিলক্ষিত হৈছে। পৰিয়ালৰ লোকে ছেবাৰ সচিব প্ৰবীণ শৰ্মা আৰু নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাক মিছলীয়া তথা প্ৰৱঞ্চকৰ আখ্যা দি সমগ্ৰ বিষয়টো আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Apply Now

উল্লেখ্য যে ছাত্ৰীগৰাকীয়ে মেট্ৰিকত প্ৰাপ্য নম্বৰৰ পৰা বঞ্চিত হোৱাত পৰীক্ষা বহী পুনৰীক্ষণৰ আবেদন জনাইছিল যদিও ন্যায় নাপাই পৰীক্ষাৰ বহীৰ ফটোষ্টেট কপি বিচাৰিছিল। ফটোষ্টেট কপিত ছবি স্পষ্ট। ছাত্ৰীগৰাকীয়ে সাধাৰণ বিজ্ঞানত পাবলগীয়া ৯৯ নম্বৰৰ বিপৰীতে লাভ কৰিছে ৯৩ নম্বৰ।

এই ঘটনাৰ সত্য পোহৰলৈ অহাত ছাত্ৰীগৰাকীৰ পিতৃয়ে ছেবাৰ সচিব প্ৰবীণ শৰ্মাক যোগাযোগ কৰাত সচিবগৰাকীয়ে দুৰ্বব্যৱহাৰ কৰে আৰু এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হোৱাত সচিবগৰাকীয়ে আলোচনাৰ মাজেৰে বিষয়টো নিষ্পত্তি কৰাৰ বাবে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকক আমন্ত্ৰণ জনায়।

ইয়াৰ পাছতে যোৱা ৩০ জুনত ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ লোকে ছেবা কাৰ্যালয়ত উপস্থিত হয়। আৰু ছেবাৰ সচিবৰ নিৰ্দেশ মৰ্মে পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ কাৰ্যালয়লৈ যায়। কিন্তু কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে বিষয়াগৰাকীয়ে ছাত্ৰীগৰাকীৰ পৰিয়ালটোক বিভিন্ন ডাবি-ধমকিৰে বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা চলায়।

এই সমগ্ৰ বিষয়টো ছাত্ৰীগৰাকীৰ পিতৃয়ে কেমেৰাত বন্দী কৰি ৰাখিছিল আৰু ভিডিঅ’টো নলবাৰী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত ৰাজহুৱা কৰাত ছেবাৰ অকৰ্মণ্যতা আৰু দায়িত্বহীনতাৰ ছবি স্পষ্ট হৈ পৰিছে। ভিডিঅ’টোত নয়নজ্যোতি শৰ্মাই স্পষ্ট ৰূপত উল্লেখ কৰি কৈছে যে ছাত্ৰীগৰাকীয়ে কোনটো প্ৰশ্নত সঠিক নম্বৰ লাভ কৰিব লাগে। কিন্তু ইয়াৰ পাছতো ছেবা কৰ্তৃপক্ষই কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে।

ইফালে এই কাৰ্যত অতিষ্ঠ হৈ ছাত্ৰীগৰাকীৰ অভিভাৱকে ছানমাৰি থানাত এক গোচৰ তৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া সমগ্ৰ বিষয়টোতে ৰহস্যৰ গোন্ধ পোৱা বুলিও অভিভাৱকজনে সংবাদমেলত উল্লেখ কৰে।

কিন্তু এতিয়া সমগ্ৰ বিষয়টোৰ ন্যায় বিচাৰি ছাত্ৰীগৰাকীৰ অভিভাৱকে প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি, অসমৰ ৰাজ্যপাল আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰিব বুলি সংবাদমেলত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd