• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাত পাৱাৰগ্ৰীডে অধিগ্ৰহণ কৰা মাটিৰ উচিত মূল্য বিচাৰি অহা কৃষকক আৰক্ষীৰ নিৰ্মম প্ৰহাৰক লৈ অব্যাহত আছে উত্তেজনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 7:01 am
assam_power_supply
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ অধিগৃহীত ভূমিৰ উচিত মূল্য বিচাৰি আহি আৰক্ষী-চি আৰ পি জোৱানৰ পৰা প্ৰহৃত হ’ব লগা হ’ল প্ৰায় অৰ্ধ শতাধিক কৃষক। বাক্সা জিলাৰ বাগানপাৰা ৰাজহচক্ৰৰ অধীনৰ ধমধমাত ১৯ মাৰ্চত হোৱা এই ঘটনাৰ পিছৰ চেপা উত্তেজনা এতিয়াও অব্যাহত আছে অঞ্চলটোত।

উল্লেখযোগ্য যে আছাম ইলেকট্ৰিচি গ্ৰীড ক’ৰ্প’ৰেইশ্যনে ৰঙিয়াৰ পৰা চালাকাটিলৈ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবহণৰ বাবে উক্ত অঞ্চলটোৰ বহু কৃষকৰ মাটি অধিগ্ৰহণ কৰিছিল। কিন্তু কৃষক সকলে দাবী কৰা অনুসৰি তাৰ বাবত তেওঁলোকে কৰ্তৃপক্ষৰ উচিত মূল্য লাভ কৰা নাই।

Apply Now

কৃষকক উচিত মূল্য নিদিয়াকৈয়ে তেওঁলোকৰ মাটিৰ ওপৰত বহুওৱা খুঁটাত তাঁৰ সংযোগ কৰিবলৈ অহাত কৃষকসকল আহি পথাৰত সমবেত হয় আৰু পাৱাৰগ্ৰীডৰ বিষয়াৰ পৰা উচিত মূল্য বিচাৰে। লগতে উচিত মূল্য আদায়ৰ অবিহনে তাঁৰ লগোৱা কাম বন্ধ কৰিবলৈ দাবী কৰে।

সেই সময়ত তাত পাৱাৰগ্ৰীডৰ বিষয়াৰ লগতে বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠক, বাগানপাৰা ৰাজহ চক্ৰ বিষয়া উপস্থিত আছিল। বহু সময় ধৰি দুয়ো পক্ষৰ মাজত বাদ-প্ৰতিবাদ চলাৰ পিছতো বিষয়টোৰ মীমাংসা নোহোৱাত ক্ষুভিত কৃষকে পাৱাৰগ্ৰীডৰ এখন গাড়ীৰ ক্ষতিসাধন কৰে। ইয়াৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

এই অচিলাতে তাত উপস্থিত পাৱাৰগ্ৰীডৰ বিষয়া আৰু উপস্থিত আৰক্ষী বিষয়াৰ নিৰ্দেশত তাত মোতায়েন কৰি ৰখা আৰক্ষী জোৱান আৰু চি আৰ পি এফৰ জোৱানসকল প্ৰতিবাদী কৃষকসকলৰ ওপৰত জঁপিয়াই পৰে। জোৱানসকলে কৃষকসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰি তাৰ পৰা খেদি পঠিয়ায়। লাঠীচালনাৰ ফলত প্ৰায় ৫০জন প্ৰতিবাদী লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰে আঘাত অধিক গুৰুতৰ তিনিজনক নলবাৰীৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু বাকীসকলক প্ৰাথমিক চিকিৎসা দিয়া হৈছে।

এই ঘটনাক সচেতন মহলে গৰিহণা দিয়াৰ লগতে প্ৰতিবাদটোত অংশগ্ৰহণ কৰা কৃষকসকলে কয় যে আৰক্ষী-চি আৰি পি এফ লগাই তেওঁলোকক দমন কৰিব নোৱাৰে। তেওঁলোকে উচিত মূল্য নোপোৱা পৰ্য্যন্ত প্ৰতিবাদ কৰি যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd