• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিত্তীয় বৰ্ষ প্ৰায় শেষ : এই চৰকাৰৰ দিনতো বিভাগবোৰত নিৰ্ধাৰিত পুঁজিৰ ৫০ শতাংশই ব্যয় নোহোৱাকৈ আছে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 8:28 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱৰ্তনৰ ধ্বনিৰ পিঠিত উঠি চৰকাৰ গঠন হৈছিল যদিও পৰিৱৰ্তন হোৱা নাই ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ পুঁজি ব্যয়ৰ নীতি তথা গতি। চলিত বিত্তীয় বৰ্ষৰ অন্ত পৰোঁ পৰোঁ, অথচ বিভাগবোৰত নিৰ্ধাৰিত পুঁজিৰ ৫০ শতাংশই ব্যয় নোহোৱাকৈ ৰৈ গৈছে। ফলত বিভাগবোৰত কৰিব লগীয়া কাম-কাজো যে আকাংক্ষিত গতিত হৈ থকা নাই এই ছবিখনো পোহৰলৈ আহিছে। পুঁজি ব্যয় আৰু তাৰ সৈতে সম্পৰ্ক থকা বিভাগবোৰৰ কাম-কাজৰ এই হতাশাজনক তথ্য জানিব পৰা গ’ল চলিত বিধানসভাৰ অধিৱেশনত। বিধানসভাত এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইচলামৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ বিত্ত বিভাগে দিয়া তথ্যত এই কথা জানিব পৰা গৈছে।

বিত্ত বিভাগে দিয়া তথ্যৰ পৰা গম পোৱা গৈছে যে চলিত বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগবোৰলৈ মুঠ প্ৰায় এক লাখ কোটি টকা (৯৫,৮৫৬.৩১ টকা) ধাৰ্য কৰা হৈছিল। কিন্তু যোৱা জানুৱাৰি মাহ পৰ্য্যন্ত আটাইবোৰ বিভাগে খৰচ কৰা পুঁজিৰ পৰিমাণ হ’ল ৪২,৯৩৪.৮৯ কোটি টকা (৪৪.৭৯ শতাংশ)। অৰ্থাৎ এতিয়াও আধাতকৈ অধিক টকা ব্যয় কৰিবলৈ বাকী আছে। অথচ হাতত মাত্ৰ ডেৰ-দুমাহ বাকী আছে।

Apply Now

তাৎপৰ্য্যপূৰ্ণভাৱে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা গুৱাহাটী উন্নয়ন বিভাগে নিৰ্ধাৰিত পুঁজিৰ মাত্ৰ ৩.২৪ শতাংশহে ব্যয় কৰাৰ তথ্যও পোহৰলৈ আহিছে। সেইদৰে নিৰ্ধাৰিত পুঁজিৰ এই পৰ্য্যন্ত জলসম্পদ বিভাগে মাত্ৰ ৯.০৭ শতাংশ, নগৰ উন্নয়ন বিভাগে মাত্ৰ ১৩.২৮ শতাংশ, জলসিঞ্চন বিভাগে ২৪.৬১ শতাংশ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মাত্ৰ ২৪.৮৪ শতাংশ ব্যৱহাৰ কৰাৰ তথ্য পোৱা গৈছে।

এই হতাশাজনক তথ্যই এই কথা প্ৰমাণ কৰে যে চৰকাৰ পৰিৱৰ্তন হ’লেও বিভাগবোৰৰ বছৰটোৰ কৰ্ম পৰিকল্পনা যুগুতোৱা তথা কাৰ্য্যকৰী কৰা নীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। পুঁজি থাকিও ব্যৱহাৰ নকৰাৰ ফলত বিভাগবোৰত উন্নয়নমূলক কামৰ গতি অতি লেহেমীয়া হোৱাৰ লগতে কোনো নতুনত্ব দেখা পোৱা নাযায়। এইদৰেই পূৰ্বৰ চৰকাৰবোৰৰ দিনতো হাজাৰ হাজাৰ কোটি টকা অব্যৱহৃত হৈ ৰৈ গৈছিল। আনকি কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা পুঁজিও ব্যৱহাৰ কৰিব নোৱৰা বাবে ঘূৰি যোৱাৰ উদাহৰণ প্ৰায়ে ৰাইজে দেখি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd